চীনক ধমক ডনাল্ড ট্ৰাম্পৰ !

বানিজ্য যুদ্ধক লৈ আকৌ এবাৰ চীনক ধমক দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । আমেৰিকাই এইবাৰ নিষিদ্ধ কৰিলে চীনৰ Telecommunication কম্পানী । চলি থকা বানিজ্যিক যুদ্ধৰ বাবে আমেৰিকাই আগবঢ়োৱা প্ৰস্তাৱ চীনক মানি লোৱাৰ আহ্বান ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেৰ । অন্যথা ২০২০ চনৰ পিছত অধিক ভয়াৱহ হ’ব পৰিস্থিতি ।

news18assam
Updated:May 13, 2019, 4:05 PM IST

Updated: May 13, 2019, 4:05 PM IST
আমেৰিকা আৰু চীনৰ মাজত চলি থকা বানিজ্য যুদ্ধক লৈ আকৌ এবাৰ চীনক ধমক দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । চলি থকা বানিজ্যিক যুদ্ধৰ বাবে আমেৰিকাই আগবঢ়োৱা প্ৰস্তাৱ চীনক মানি লোৱাৰ আহ্বান ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেৰ । অন্যথা ২০২০ চনৰ পিছত অধিক ভয়াৱহ হ’ব পৰিস্থিতি ।

চীনৰ পৰা আমদানী হোৱা ২০০ আৰব ডলাৰ ডিউটিৰ ওপৰত আৰূপ কৰা কৰ ১০ শতাংশৰ পৰা  ২৫ শতাংশলৈ বৃদ্ধি কৰিলে আমেৰিকাই । সেইদৰে চীনৰ চৰকাৰী Telecommunication কোম্পানী ‘চাইনা মোবাইল’ৰ ওপৰতো  নিশেধাজ্ঞা আৰূপ কৰিলে US Federal Communications Commission এ । আজি দুদিন ধৰি আমেৰিকাত বানিজ্যিক যুদ্ধৰ সম্পৰ্কৰ সন্দৰ্ভত মিটিঙ চলি আছিল যদিও এতিয়া লৈকে সহমতত উপনীত হ’ব পৰা নাই দুয়োটা পক্ষ ।বানিজ্যিক যুদ্ধৰ সম্পৰ্কত পৰৱৰ্তী মিটিং অনুষ্ঠিত হ’ব চীনৰ ৰাজধানী চহৰ বেইজিঙত ।

নিজৰ টুইটাৰৰ একাউন্টত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে– চীনে জানে এই বিবাদত আমেৰিকাই জয়ী হ’ব গতিকে আমেৰিকাই আগবঢ়োৱা প্ৰস্তাৱ চীনে সোনকালে মানি ল’ব লাগে । সেইদৰে আমেৰিকাৰ অৰ্থব্যৱস্থা এতিয়া শক্তিশালী ৰূপত থকা বুলিও নিজৰ টুইটাৰ একাউণ্টত উল্লেখ কৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে ।
আৰু চাওক পৰৱৰ্তী বাতৰি