বেটছমেনে পিন্ধি থকা হেলমেটত ওলমি ৰ’ল বল, ঘেৰি ধৰিলে ফিল্ডাৰে! তাৰ পিছত...

News18-Assam
Updated:August 17, 2019, 11:16 AM IST
বেটছমেনে পিন্ধি থকা হেলমেটত ওলমি ৰ’ল বল, ঘেৰি ধৰিলে ফিল্ডাৰে! তাৰ পিছত...
ট্ৰেণ্ট বল্টে শ্ৰীলংকাৰ স্পীনাৰ লাছিথ এম্বুলডেনিয়াৰ বল স্কুপ কৰাৰ চেষ্টা কৰোতে বেটৰ এটা কোণত লাগি বল্টে পিন্ধি থকা হেলমেটত লাগি ধৰেগৈ বলটো

ট্ৰেণ্ট বল্টে শ্ৰীলংকাৰ স্পীনাৰ লাছিথ এম্বুলডেনিয়াৰ বল স্কুপ কৰাৰ চেষ্টা কৰোতে বেটৰ এটা কোণত লাগি বল্টে পিন্ধি থকা হেলমেটত লাগি ধৰেগৈ বলটো

  • Share this:
ক্ৰিকেট খেলপথাৰত কেতিয়াবা এনে কিছু দৃশ্য দেখিবলৈ পোৱা যায় যি দৃশ্যই বাৰুকৈয়ে আমোদ দিয়ে দৰ্শকক। তেনে এক দৃশ্য দেখা গ’ল শ্ৰীলংকা আৰু নিউজীলেণ্ডৰ মাজত হোৱা এখন টেষ্ট মেচত।

সেই মেচখনৰ সময়তে ট্ৰেণ্ট বল্টে শ্ৰীলংকাৰ স্পীনাৰ লাছিথ এম্বুলডেনিয়াৰ বল স্কুপ কৰাৰ চেষ্টা কৰোতে বেটৰ এটা কোণত লাগি বল্টে পিন্ধি থকা হেলমেটত লাগি ধৰেগৈ বলটো। আৰু তাৰ পিছতে চাৰিওফালৰ পৰা এক প্ৰকাৰ ঘেৰি ধৰে ফিল্ডাৰসকলে।

https:


First published: August 17, 2019, 11:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading