• Home
  • »
  • News
  • »
  • world
  • »
  • Tokyo Olympics Lovlina Borgohain vs Busenaz Surmeneli: কেতিয়া আৰম্ভ হ'ব লাভলীনাৰ মহাৰণ ? ক'ত, কেনেকৈ চাব খেল ?

Tokyo Olympics Lovlina Borgohain vs Busenaz Surmeneli: কেতিয়া আৰম্ভ হ'ব লাভলীনাৰ মহাৰণ ? ক'ত, কেনেকৈ চাব খেল ?

Lovlina Borgohain vs Busenaz Surmeneli: লাভলীনা বৰগোহাঁই বনাম বুচেনাজ সুৰমেনেলিৰ ছেমি ফাইনেল খেল ভাৰতীয় সময় মতে পুৱা ১১ বজাত আৰম্ভ হ'ব।

  • Share this:
Tokyo Olympicsত বক্সাৰ লাভলীনাই (Lovlina Borgohain) প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিব। অসমৰ ২৩ বছৰীয়া লাভলীনাই ইতিহাস ৰচনা কৰাৰ দুৱাৰমুখত থিয় দিছে। লাভলীনাই ডিফেণ্ডিং তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে ৬৯ কিলোগ্ৰাম ছেমি ফাইনেলত জয়লাভ কৰি অলিম্পিকৰ ফাইনেলত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় বক্সাৰ হ'বলৈ চেষ্টা কৰিব। লাভলীনা বৰগোহাঁই বনাম বুচেনাজ সুৰমেনেলিৰ ছেমি ফাইনেল খেল ভাৰতীয় সময় মতে পুৱা ১১ বজাত আৰম্ভ হ'ব।

লভলীনা আৰু বুচেনাজ সুৰমেনেলিৰ মাজত অনুষ্ঠিত ছেমি ফাইনেলৰ পোনপটীয়া সম্প্ৰচাৰ আপুনি ক'ত চাব?
লভলীনা আৰু বুচেনাজ সুৰমেনেলিৰ মাজত অনুষ্ঠিত ছেমি ফাইনেলখন Sony Sports Networkত পোনপটীয়াকৈ চাব পাৰিব।

লভলীনা আৰু বুচেনাজ সুৰমেনেলিৰ মাজত অনুষ্ঠিত ছেমি ফাইনেল খেলখনৰ লাইভ ষ্ট্ৰীমিং আপুনি ক'ত চাব পাৰে?
লভলীনা আৰু বুচেনাজ সুৰমেনেলিৰ মাজত ছেমি ফাইনেল খেলৰ লাইভ ষ্ট্ৰীমিং চনি লাইভ এপ (SonyLIV) আৰু Jio লাইভ টিভিত চাব পাৰিব।
Published by:Kokil Sarma
First published: