ভাৰতীয় পুৰুষ হকী দলে অলিম্পিকৰ (Tokyo Olympics) কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁলোকৰ চতুৰ্থ খন খেলত, দলটোৱে ২০১৬ ৰিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আৰ্জেণ্টিনাক ৩-১ গ'লত পৰাস্ত কৰে।
ভাৰতীয় পুৰুষ হকী দলে অলিম্পিকৰ (Tokyo Olympics) কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁলোকৰ চতুৰ্থ খন খেলত, দলটোৱে ২০১৬ ৰিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আৰ্জেণ্টিনাক ৩-১ গ'লত পৰাস্ত কৰে।
ভাৰতীয় পুৰুষ হকী দলে অলিম্পিকৰ (Tokyo Olympics) কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁলোকৰ চতুৰ্থ খন খেলত, দলটোৱে ২০১৬ ৰিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আৰ্জেণ্টিনাক ৩-১ গ'লত পৰাস্ত কৰে। চাৰিখন খেলত এইটো দলটোৰ তৃতীয় জয়। দলটোৱে নিউজিলেণ্ড, স্পেইন আৰু আৰ্জেণ্টিনাৰ বিৰুদ্ধে জয়লাভ কৰিছে। ভাৰত কেৱল অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় হৈছিল। দলটোৱে তেওঁলোকৰ অন্তিম গ্ৰুপ-এ খেলখনত ৩০ জুলাইত আয়োজক জাপানৰ সৈতে খেলিব।
ভাৰত আৰু আৰ্জেণ্টিনা দুয়োটাই খেলখন ভালদৰে আৰম্ভ কৰিছিল৷ প্ৰথম কোৱাৰ্টাৰত কোনো গ'ল নাছিল৷ দ্বিতীয় কোৱাৰ্টাৰত দুয়োটা দলে গ'ল কৰিব নোৱাৰিলে। অৰ্ধ-সময়ত স্ক'ৰ ০-০ ত হৈছিল। দুয়োটা দলে প্ৰথম ৩০ মিনিটত এটাও পেনাল্টি কৰ্ণাৰ অৰ্জন কৰা নাছিল। ৪৩ মিনিটত বৰুণ কুমাৰে পেনাল্টি কৰ্ণাৰত গ'ল কৰি ভাৰতক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|