• Home
  • »
  • News
  • »
  • world
  • »
  • Tokyo Olympics: ছেমি ফাইনেলত ব্যৰ্থ পি ভি সিন্ধু, টাই জু য়িঙৰ হাতত পৰাস্ত ভাৰতৰ বেডমিণ্টন খেলুৱৈগৰাকী...

Tokyo Olympics: ছেমি ফাইনেলত ব্যৰ্থ পি ভি সিন্ধু, টাই জু য়িঙৰ হাতত পৰাস্ত ভাৰতৰ বেডমিণ্টন খেলুৱৈগৰাকী...

Tokyo Olympics: ভাৰতীয় তাৰকা পি ভি সিন্ধুৱে(PV Sindhu) পৰাস্ত হ'ল ছেমি ফাইনেলত।

Tokyo Olympics: ভাৰতীয় তাৰকা পি ভি সিন্ধুৱে(PV Sindhu) পৰাস্ত হ'ল ছেমি ফাইনেলত।

Tokyo Olympics: ভাৰতীয় তাৰকা পি ভি সিন্ধুৱে(PV Sindhu) পৰাস্ত হ'ল ছেমি ফাইনেলত।

  • Share this:
Tokyo Olympics: ভাৰতীয় তাৰকা পি ভি সিন্ধুৱে(PV Sindhu) কোৱাৰ্টাৰ ফাইনেলত পোনপটীয়া খেলত জাপানৰ আকানে য়ামাগুচিক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল আৰু ছেমিত চীনা টাইপেইৰ টাই জু য়িঙৰ হাতত পৰাজয় বৰণ কৰে।

সমগ্ৰ দেশে ৰিঅ'(Rio) অলিম্পিকৰ ৰূপৰ মেডলিষ্ট সিন্ধুৰ ওপৰত দৃষ্টি ৰাখিছিল। সকলোৱে পদক(medal)ৰ ৰং সলনি কৰিব বুলিও আশা প্ৰকাশ কৰিছিল। অৱশেষত ছেমি ফাইনেলত যুঁজ দিও টাই জুৰ হাতত পৰাস্ত হ'ল সিন্ধু। কিন্তু পদক লাভৰ আশা এতিয়াও জীয়াই আছে।
Published by:Kokil Sarma
First published: