• Home
  • »
  • News
  • »
  • world
  • »
  • Tokyo Olympicsত ব্ৰঞ্জৰ পদক লাভ কৰিলে অসমকন্য়া লাভলীনাই, ব্ৰঞ্জৰ পদক জয়ী হোৱা দেশৰ তৃতীয় বক্সাৰ হ'ল লাভলীনা...

Tokyo Olympicsত ব্ৰঞ্জৰ পদক লাভ কৰিলে অসমকন্য়া লাভলীনাই, ব্ৰঞ্জৰ পদক জয়ী হোৱা দেশৰ তৃতীয় বক্সাৰ হ'ল লাভলীনা...

Tokyo Olympicsত লাভলীনাই(Lovlina Borgohain) তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে ৬৯ কিলোগ্ৰাম ছেমি ফাইনেলত দুৰ্দান্ত খেল খেলি পৰাজয় হয় যদিও অলিম্পিকৰ ইতিহাসত পদক লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়।

  • Share this:

প্ৰথম ৰাউণ্ডত পৰাজয় হোৱাৰ পিছত দ্বিতীয় ৰাউণ্ডত লাভলীনা আক্ৰমণাত্মক হৈ পৰিছিল যদিও কিন্তু তুৰ্কীৰ বক্সাৰে সঠিক পাঞ্চেৰে নিজৰ হাতত মেচখন আনিবলৈ সক্ষম হয়। লাভলীনাই অলিম্পিকৰ ইতিহাসত অসমলৈ পদক কঢ়িয়াই অনা প্ৰথম খেলুৱৈ ৰূপে পৰিগণিত হয়। ব্ৰঞ্জৰ মেডেল লাভ কৰিলেও সমগ্ৰ দেশকে পদকেৰে গৌৰৱান্বিত কৰি তোলে অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁইয়ে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি