
দুজন ভাৰতীয় মল্লযোদ্ধা ৰবি দাহিয়া (Ravi Dhahiya) আৰু দীপক পুনিয়া (Deepak Punia) Tokyo অলিম্পিকৰ (Tokyo Olympics 2020) ছেমি ফাইনেললৈ আগবাঢ়িছে। (PIC: AFP)
দুজন ভাৰতীয় মল্লযোদ্ধা ৰবি দাহিয়া (Ravi Dhahiya) আৰু দীপক পুনিয়া (Deepak Punia) Tokyo অলিম্পিকৰ (Tokyo Olympics 2020) ছেমি ফাইনেললৈ আগবাঢ়িছে।
দুজন ভাৰতীয় মল্লযোদ্ধা ৰবি দাহিয়া (Ravi Dhahiya) আৰু দীপক পুনিয়া (Deepak Punia) Tokyo অলিম্পিকৰ (Tokyo Olympics 2020) ছেমি ফাইনেললৈ আগবাঢ়িছে। ৫৭ কিলোগ্ৰাম শাখাত ৰবি দাহিয়া আৰু ৮৬ কিলোগ্ৰাম শাখাত দীপক পুনিয়াই খেলি আছে।
ভাৰতীয় মল্লযোদ্ধা ৰবি দাহিয়াই বুলগেৰিয়াৰ জৰ্জি ভেলেণ্টিনোভ ভেঞ্জেলভক পৰাস্ত কৰি টকিঅ' অলিম্পিক পুৰুষৰ ফ্ৰীষ্টাইল ৫৭ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত উপনীত হৈছে। দীপক পুনিয়াই শেষ ছেকেণ্ডত চীনৰ শ্বেনক ৬-৩ গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|