உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Chak De India: ইতিহাস ৰচনা কৰি ৪১বছৰ পিছত ভাৰতীয় পুৰুষ হকী দলে দখল কৰিল ব্ৰঞ্জৰ পদক...

    Chak De India: ইতিহাস ৰচনা কৰি ৪১বছৰ পিছত ভাৰতীয় পুৰুষ হকী দলে দখল কৰিল ব্ৰঞ্জৰ পদক...

    Tokyo Olympics: ব্ৰঞ্জৰ পদক দখলৰ যুঁজত জাৰ্মানীক ৫-৪ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় পুৰুষ হকী দলে।

    Tokyo Olympics: ব্ৰঞ্জৰ পদক দখলৰ যুঁজত জাৰ্মানীক ৫-৪ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় পুৰুষ হকী দলে।

    Tokyo Olympics: ব্ৰঞ্জৰ পদক দখলৰ যুঁজত জাৰ্মানীক ৫-৪ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় পুৰুষ হকী দলে।

    • Share this:
    Tokyo Olympics: ইতিহাস ৰচনা কৰি ৪১বছৰ পিছত ভাৰতীয় পুৰুষ হকী দলে দখল কৰিল ব্ৰঞ্জৰ পদক। ১৯৮০ চনৰ মস্কো অলিম্পিকৰ পিছত ভাৰতীয় পুৰুষ হকী দলে পদক দখল কৰিবলৈ সক্ষম হয়।

    ব্ৰঞ্জৰ পদক দখলৰ যুঁজত জাৰ্মানীক ৫-৪ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় পুৰুষ হকী দলে। খেলখনৰ অন্তিম ৬ ছেকেণ্ডত পেণাল্টীৰ সুযোগ পায় যদিও কাৰ্যকৰী কৰিব নোৱাৰিলে।
    Published by:Kokil Sarma
    First published: