ভাৰতত টিকটক নিষিদ্ধ হোৱাৰ পিছত কোম্পানীটোৰ হ’ব পাৰে ৬ বিলিয়ন ডলাৰৰ লোকচান!

News18 Assam | News18-Assam
Updated:July 2, 2020, 4:40 PM IST
ভাৰতত টিকটক নিষিদ্ধ হোৱাৰ পিছত কোম্পানীটোৰ হ’ব পাৰে ৬ বিলিয়ন ডলাৰৰ লোকচান!
চীনৰ ইংৰাজী দৈনিক Global Times-এ নিজৰ টুইটাৰ একাউণ্টত প্ৰকাশ কৰা মতে, এই প্ৰতিষ্ঠানটো ৬০০ কোটি ডলাৰ মূল্যৰ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

চীনৰ ইংৰাজী দৈনিক Global Times-এ নিজৰ টুইটাৰ একাউণ্টত প্ৰকাশ কৰা মতে, এই প্ৰতিষ্ঠানটো ৬০০ কোটি ডলাৰ মূল্যৰ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

  • Share this:
চীন আৰু ভাৰতৰ মাজত হোৱা সীমান্তৰ ভূমি সংঘাতৰ পিছত দেশত টিকটকসহ বন্ধ হ’ল ৫৯টা মোবাইল এপ্লিকেচন। কিন্তু কেৱল টিকটক বন্ধ হোৱাৰ ফলতে ম’বাইল এপটোৰ চীন দেশস্থিত মূল প্ৰতিষ্ঠান ByteDanceৰ হ’ব পাৰে বৃহৎ লোকচান। চীনৰ ইংৰাজী দৈনিক Global Times-এ নিজৰ টুইটাৰ একাউণ্টত প্ৰকাশ কৰা মতে, এই প্ৰতিষ্ঠানটো ৬০০ কোটি ডলাৰ মূল্যৰ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় টকাৰ হিচাপত এই লোকচানৰ মূল্য হয়গৈ প্ৰায়  ৪৫০০০ কোটি টকা। উল্লেখযোগ্য যে চীনৰ কমিউনিষ্ট পাৰ্টীৰ মুখপাত্ৰ People's Dailyৰে ভগ্নী সংবাদ প্ৰতিষ্ঠান Global Daily।
First published: July 2, 2020, 4:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading