কেমেৰাৰ আগত প’জ দি থকা এটি শিশুৰ পিছফালৰ পৰা জপিয়ালে বাঘে...তাৰ পিছত কি হ’ল চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 26, 2019, 3:02 PM IST
কেমেৰাৰ আগত প’জ দি থকা এটি শিশুৰ পিছফালৰ পৰা জপিয়ালে বাঘে...তাৰ পিছত কি হ’ল চাওক VIDEO
আয়াৰলেণ্ডৰ ডাবলিনৰ এখন চিৰিয়াখানাৰ এটা বিশেষ দৃশ্যই বিশ্বৰ বিভিন্ন লোকক হতভম্ব কৰিছে। 

আয়াৰলেণ্ডৰ ডাবলিনৰ এখন চিৰিয়াখানাৰ এটা বিশেষ দৃশ্যই বিশ্বৰ বিভিন্ন লোকক হতভম্ব কৰিছে। 

  • Share this:
আয়াৰলেণ্ডৰ ডাবলিনৰ এটা ভিডিঅ’ শেহতীয়াকৈ ছচিয়েল মিডিয়াত অত্যন্ত ভাইৰেল হৈছে আৰু ৰাইজে এই ভিডিঅ’ চাই হতবাক হৈ পৰিছে।

এই ভিডিঅ’টো শিশুটিৰ পিতৃয়ে শ্বুট কৰিছে। ভিডিঅ’ এখন চিৰিয়াখানাত প্ৰস্তুত কৰা হৈছে আৰু ভিডিঅ’ শ্বুট কৰি থাকোকে এটা বাঘে শিশুটিৰ ওপৰত আক্ৰমণ কৰে। সাত বছৰীয়া শিশুটিয়ে পিছফালে আইনা থকাৰ কাৰণে একো দেখা পোৱা নাছিল।



ভিডিঅ’টোত দেখা পাব যে শিশুটিয়ে প’জ দি থাকোতেই পিছফালৰ পৰা লাহে লাহে বাঘটো আগবাঢ়ি আহে, কিছু দূৰৰ পৰা বাঘটোৱে শিশুটিক থপিয়াবলৈ চেষ্টা কৰে, কিন্তু মাজত আইনা থকাৰ কাৰণে শিশুটি স্পৰ্শ কৰিবলৈ অক্ষম হয় বাঘটো।

আন এজন টুইটাৰ ইউজাৰে একে  চিৰিয়াখানাৰ পৰা নিজৰ শিশুৰ সৈতে হোৱা একেই অভিজ্ঞতা শ্বেয়াৰ কৰে ভিডিঅ’ হিচাপে।

আৰু চাওক
পৰৱৰ্তী বাতৰি