
T20 World Cup 2021 ত প্ৰথম জয়ৰ সোৱাদ পালে ভাৰতে ! ৬৬ ৰানত পৰাস্ত আফগানিস্তান ...
T20 World Cup 2021 ত প্ৰথম জয়ৰ সোৱাদ পালে ভাৰতে ! ৬৬ ৰানত পৰাস্ত আফগানিস্তান ...
T20 World Cup ত প্ৰথম জয়ৰ সোৱাদ পালে ভাৰতে ! ৬৬ ৰানত পৰাস্ত আফগানিস্তান। প্ৰথমে বেট ধৰি ভাৰতে ২১১ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ভাৰতে।
প্ৰত্যুত্তৰত কঠিন বিজয় লক্ষ্য আগত লৈ আৰম্ভণিৰ পৰাই ভাৰতীয় বলাৰে চাপত ৰাখে আফগান বেটছমেনক। নিৰ্ধাৰিত অভাৰত দলটোৱে মাত্ৰ ১৪৪ ৰানহে কৰিবলৈ সক্ষম হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|