• Home
  • »
  • News
  • »
  • world
  • »
  • T20 World Cup 2021 Schedule: ১৭ অক্টোবৰৰ পৰা ক্ৰিকেটৰ মেগা প্ৰতিযোগিতা T20 World Cup ! ভাৰতে অভিযান আৰম্ভ কৰিব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে, চাওক বিশ্বকাপৰ সম্পূৰ্ণ সূচী...

T20 World Cup 2021 Schedule: ১৭ অক্টোবৰৰ পৰা ক্ৰিকেটৰ মেগা প্ৰতিযোগিতা T20 World Cup ! ভাৰতে অভিযান আৰম্ভ কৰিব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে, চাওক বিশ্বকাপৰ সম্পূৰ্ণ সূচী...

T20 World Cup 2021 ১৭ অক্টোবৰ ২০২১ তাৰিখে UAEত আৰম্ভ কৰা হ'ব। ICCএ কৈছে যে ইয়াৰ চূড়ান্ত খেলখন ২০২১ চনৰ ১৪ নৱেম্বৰত ইউ.এ.ই.ত অনুষ্ঠিত হ'ব। ২৪ অক্টোবৰৰ পৰা আৰম্ভ হ'ব শীৰ্ষ ১২ টা দলৰ খেল। ২৪তাৰিখে অষ্ট্ৰেলিয়াই পাকিস্তান আৰু ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম খেল খেলিব।

T20 World Cup 2021 ১৭ অক্টোবৰ ২০২১ তাৰিখে UAEত আৰম্ভ কৰা হ'ব। ICCএ কৈছে যে ইয়াৰ চূড়ান্ত খেলখন ২০২১ চনৰ ১৪ নৱেম্বৰত ইউ.এ.ই.ত অনুষ্ঠিত হ'ব। ২৪ অক্টোবৰৰ পৰা আৰম্ভ হ'ব শীৰ্ষ ১২ টা দলৰ খেল। ২৪তাৰিখে অষ্ট্ৰেলিয়াই পাকিস্তান আৰু ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম খেল খেলিব।

T20 World Cup 2021 ১৭ অক্টোবৰ ২০২১ তাৰিখে UAEত আৰম্ভ কৰা হ'ব। ICCএ কৈছে যে ইয়াৰ চূড়ান্ত খেলখন ২০২১ চনৰ ১৪ নৱেম্বৰত ইউ.এ.ই.ত অনুষ্ঠিত হ'ব। ২৪ অক্টোবৰৰ পৰা আৰম্ভ হ'ব শীৰ্ষ ১২ টা দলৰ খেল। ২৪তাৰিখে অষ্ট্ৰেলিয়াই পাকিস্তান আৰু ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম খেল খেলিব।

  • Share this:
T20 World Cup 2021: আইচিচিয়ে ইয়াৰ বৈঠকত সিদ্ধান্ত লৈছে যে টি-২০ বিশ্বকাপ ১৭ অক্টোবৰ ২০২১ তাৰিখে UAEত আৰম্ভ কৰা হ'ব। ICCএ কৈছে যে ইয়াৰ চূড়ান্ত খেলখন ২০২১ চনৰ ১৪ নৱেম্বৰত ইউ.এ.ই.ত অনুষ্ঠিত হ'ব। আশা কৰা হৈছে যে এই বছৰ টি-২০ প্ৰতিযোগিতাখন বাতিল কৰিব নালাগিব।

বিশ্বকাপৰ প্ৰথম খেলখন গ্ৰুপ Aৰ দল শ্ৰীলংকা আৰু আযাৰলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। ২৪ অক্টোবৰৰ পৰা আৰম্ভ হ'ব শীৰ্ষ ১২ টা দলৰ খেল। ২৪তাৰিখে অষ্ট্ৰেলিয়াই পাকিস্তান আৰু ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম খেল খেলিব। খেলৰ সূচী সমূহ এনে ধৰণৰ

২৪-১০-২১ অষ্ট্ৰেলিয়া বনাম পাকিস্তান চুপাৰ 12 গ্ৰুপ 1
২৪-১০-২১ ভাৰত বনাম দক্ষিণ আফ্ৰিকা চুপাৰ 12 গ্ৰুপ 2
২৫-১০-২১ টিবিচি বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 1
২৫-১০-২১ নিউজিলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ চুপাৰ 12 গ্ৰুপ 1
২৬-১০-২১ আফগানিস্তান বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 2
২৬-১০-২১ ইংলেণ্ড বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 2
২৭-১০-২১ নিউজিলেণ্ড বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 1
২৮-১০-২১ আফগানিস্তান বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 2
২৮-১০-২১ অষ্ট্ৰেলিয়া বনাম ৱেষ্ট ইণ্ডিজ চুপাৰ 12 গ্ৰুপ 1
২৯-১০-২১ পাকিস্তান বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 1
২৯-১০-২১ ভাৰত বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 2
৩০-১০-২১ ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা চুপাৰ 12 গ্ৰুপ 2
৩০-১০-২১ ৱেষ্ট ইণ্ডিজ বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 1
৩১-১০-২১ নিউজিলেণ্ড বনাম পাকিস্তান চুপাৰ 12 গ্ৰুপ 1
৩১-১০-২১ অষ্ট্ৰেলিয়া বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 1
০১-১১-২১ আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা চুপাৰ 12 গ্ৰুপ 2
০১-১১-২১ ভাৰত বনাম ইংলেণ্ড চুপাৰ 12 গ্ৰুপ 2
০২-১১-২১ টিবিচি বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 2

০২-১১-২১ নিউজিলেণ্ড বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 1
০৩-১১-২১ পাকিস্তান বনাম ৱেষ্ট ইণ্ডিজ চুপাৰ 12 গ্ৰুপ 1
০৪-১১-২১ অষ্ট্ৰেলিয়া বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 1
০৪-১১-২১ আফগানিস্তান বনাম ইংলেণ্ড চুপাৰ 12 গ্ৰুপ 2
০৫-১১-২১ দক্ষিণ আফ্ৰিকা বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 2
০৫-১১-২১ ভাৰত বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 2
০৬-১১-২১ পাকিস্তান বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 1
০৬-১১-২১ অষ্ট্ৰেলিয়া বনাম নিউজিলেণ্ড চুপাৰ 12 গ্ৰুপ 1
০৭-১১-২১ ইংলেণ্ড বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 2
০৭-১১-২১ ৱেষ্ট ইণ্ডিজ বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 1
০৮-১১-২১ দক্ষিণ আফ্ৰিকা বনাম টিবিচি চুপাৰ 12 গ্ৰুপ 2
০৮-১১-২১ ভাৰত বনাম আফগানিস্তান চুপাৰ 12 গ্ৰুপ 2

১১ নৱেম্বৰত প্ৰথম ছেমি ফাইনেল আৰু ১২ নৱেম্বৰত দ্বিতীয় ছেমিফাইনেল অনুষ্ঠিত হ'ব। বৰ্তমান, বিচিচিআইক এই টি-20 বিশ্বকাপ আয়োজক হিচাপে বিবেচনা কৰা হৈছে। সকলোবোৰ মেচ বিচিচিআইৰ দ্বাৰা আয়োজিত ইউ.এ.ই.-ত খেলিব লাগিব। খেলসমূহ বিচিচিআইৰ দ্বাৰা আয়োজিত হ'ব আৰু ইউ.এ.ই.ত অনুষ্ঠিত হ'বলগীয়া সকলো খেলৰ আয়োজক হিচাপে উপস্থিত থাকিব। ভাৰতকো আগতে এই টি-২০ বিশ্বকাপ ২০২১ ৰ আয়োজক হিচাপে বাছনি কৰা হৈছিল কিন্তু ক'ভিডৰ বাবে স্থান সলনি কৰা হয়। টি-২০ বিশ্বকাপ ইউ.এ.ই.ত থকা ৪ খন ষ্টেডিয়ামত হ'ব, যাৰ ভিতৰত আছে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম, আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়াম, শাৰজাহ ষ্টেডিয়াম আৰু ওমান ক্ৰিকেট একাডেমী গ্ৰাউণ্ড।
Published by:Kokil Sarma
First published: