IND vs SRI:টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত শ্ৰীলংকাৰ

News18-Assam
Updated:July 6, 2019, 3:03 PM IST
IND vs SRI:টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত শ্ৰীলংকাৰ
মহম্মদ ছামীৰ স্থানত মূল একাদশত স্থান দিয়া হৈছে ৰবীন্দ্ৰ জাদেজাক

মহম্মদ ছামীৰ স্থানত মূল একাদশত স্থান দিয়া হৈছে ৰবীন্দ্ৰ জাদেজাক

  • Share this:
আজি বিশ্বকাপত মুখামুখি হ’ব এছিয়া মহাদেশৰ দুই ক্ৰিকেটৰ মহাশক্তি ভাৰত আৰু শ্ৰীলংকা। ইতিমধ্যে বাংলাদেশক পৰাস্ত কৰি ভাৰতীয় দলে বিশ্বকাপৰ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। মেচখন ভাৰতীয় দলৰ বাবে নহয় বিশেষ গুৰুত্বপূৰ্ণ।

মেচখনত টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত শ্ৰীলংকাৰ। ভাৰতীয় দলত কিছু সাল–সলনি কৰা হৈছে, মহম্মদ ছামীৰ স্থানত মূল একাদশত স্থান দিয়া হৈছে ৰবীন্দ্ৰ জাদেজাক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading