শ্ৰীলংকাৰ বিস্ফোৰণঃ নিহতৰ সংখ্যা ৩৫৯জনলৈ বৃদ্ধি

দেওবাৰে শ্ৰীলংকাৰ কলম্বোত হৈছিল ৮টাকৈ বিস্ফোৰণ। ধাৰাবাহিক বিস্ফোৰণত এইপৰ্যন্ত ৩৫৯জনৰ মৃত্যু

news18assam
Updated:April 24, 2019, 10:06 AM IST
শ্ৰীলংকাৰ বিস্ফোৰণঃ নিহতৰ সংখ্যা ৩৫৯জনলৈ বৃদ্ধি
শ্ৰীলংকাৰ বিস্ফোৰণত নিহতৰ সংখ্যা ৩৫৯জনলৈ বৃদ্ধি
news18assam
Updated: April 24, 2019, 10:06 AM IST
শ্ৰীলংকাৰ বিস্ফোৰণত নিহতৰ সংখ্যা ৩৫৯জনলৈ বৃদ্ধি। দেওবাৰে শ্ৰীলংকাৰ কলম্বোত হৈছিল ৮টাকৈ বিস্ফোৰণ। ধাৰাবাহিক বিস্ফোৰণত এইপৰ্যন্ত ৩৫৯জনৰ মৃত্যু। নিহতসকলৰ ভিতৰত ১৬গৰাকী ভাৰতীয়। এই আত্মঘাতী বিস্ফোৰণত আহত কেইবাজনো লোক।
আৰু চাওক পৰৱৰ্তী বাতৰি