বিশ্ব এথলেটিক্ছ চেম্পিয়নশ্বিপত অংশ ল’ব স্বৰ্ণকন্যা হিমা দাসে

বিশ্ব এথলেটিক্ছত অংশ ল’বলগীয়া হিমা দাস হ’ল অসমৰ প্ৰথমগৰাকী খেলুৱৈ

News18-Assam
Updated:September 10, 2019, 12:57 PM IST
বিশ্ব এথলেটিক্ছ চেম্পিয়নশ্বিপত অংশ ল’ব স্বৰ্ণকন্যা হিমা দাসে
বিশ্ব এথলেটিক্ছত অংশ ল’বলগীয়া হিমা দাস হ’ল অসমৰ প্ৰথমগৰাকী খেলুৱৈ
News18-Assam
Updated: September 10, 2019, 12:57 PM IST
‘ধিং এক্সপ্ৰেছ’ হিমা দাসে কাটাৰৰ বিশ্ব চেম্পিয়নশ্বিৰ দুটা ইভেণ্টত অংশ ল’ব। ৪০০X৪ মহিলা ৰীলে আৰু ৪০০X৪ মিক্স ৰীলে ইভেণ্টত অংশ ল’ব হিমাই। অসম এথলেটিক্ছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে জনোৱা মতে, বিশ্ব এথলেটিক্ছত অংশ ল’বলগীয়া হিমা দাস হ’ল অসমৰ প্ৰথমগৰাকী খেলুৱৈ। হিমালৈ শুভেচ্ছা জ্ঞাপন কৰিছে অসম এথলেটিক্ছ সন্থাই।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি