মুম্বাই ইণ্ডিয়ানছৰ সৈতে মোৰ যাত্ৰা অবিশ্বাস্য : স্প’ৰ্টছ বিজনেছ ছামিটত মন্তব্য নীতা আম্বানীৰ

News18-Assam
Updated:October 9, 2019, 10:53 AM IST
মুম্বাই ইণ্ডিয়ানছৰ সৈতে মোৰ যাত্ৰা অবিশ্বাস্য : স্প’ৰ্টছ বিজনেছ ছামিটত মন্তব্য নীতা আম্বানীৰ
ব্ৰিটিছে আমাক ক্ৰিকেট দিছিল, কিন্তু মই নিঃসন্দেহে ক’ব পাৰো যে টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰানৰ অভিলেখ আছে এজন ভাৰতীয়ৰ নামত, সেয়া হ’ল শচীন তেণ্ডুলকাৰ।

ব্ৰিটিছে আমাক ক্ৰিকেট দিছিল, কিন্তু মই নিঃসন্দেহে ক’ব পাৰো যে টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰানৰ অভিলেখ আছে এজন ভাৰতীয়ৰ নামত, সেয়া হ’ল শচীন তেণ্ডুলকাৰ।

  • Share this:
লণ্ডনত অনুষ্ঠিত স্প’ৰ্টছ বিজনেছ ছামিটত ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষ নীতা আম্বানীয়ে মুম্বাই ইণ্ডিয়ানছৰ কথা উল্লেখ কৰে। নীতা আম্বানীয়ে কয় যে ২০০৯ চনত মুম্বাই ইণ্ডিয়ানছ তালিকাৰ একেবাৰে তলত আছিল। মোৰ ক্ৰিকেটৰ ক্ষেত্ৰত কোনো জ্ঞান নাছিল। কিন্তু মই দলক অনুপ্ৰেৰণা দিবলৈ দক্ষিণ আফ্ৰিকালৈ গৈছিলো। কিন্তু ১০ বছৰ পিছত বৰ্তমান IPLৰ আটাইতকৈ দামী দল হৈছে মুম্বাই ইণ্ডিয়ানছ। ক্ৰিকেটৰ সৈতে মোৰ এই যাত্ৰা অবিশ্বাস্য।

ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষগৰাকীয়ে কয় যে ব্ৰিটিছে আমাক ক্ৰিকেট দিছিল, কিন্তু মই নিঃসন্দেহে ক’ব পাৰো যে টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰানৰ অভিলেখ আছে এজন ভাৰতীয়ৰ নামত, সেয়া হ’ল শচীন তেণ্ডুলকাৰ।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: October 9, 2019, 10:40 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading