உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • নৰখাদক পুত্ৰ! মাতৃক হত্যা কৰি পিছ পিছকৈ কাটি ভক্ষণ কৰিলে ২৮ বছৰীয়া পুত্ৰই

    নৰখাদক পুত্ৰ! মাতৃক হত্যা কৰি পিছ পিছকৈ কাটি ভক্ষণ কৰিলে ২৮ বছৰীয়া পুত্ৰই

    অবিশ্বাস্য যেন লগা, এই অপৰাধ সংঘটিত হৈছে স্পেইনৰ মাদ্ৰিদৰ ভেন্তাস এলেকাত।

    অবিশ্বাস্য যেন লগা, এই অপৰাধ সংঘটিত হৈছে স্পেইনৰ মাদ্ৰিদৰ ভেন্তাস এলেকাত।

    অবিশ্বাস্য যেন লগা, এই অপৰাধ সংঘটিত হৈছে স্পেইনৰ মাদ্ৰিদৰ ভেন্তাস এলেকাত।

    • Share this:
    ১৯৪৮ চনত আলফ্ৰেড হিচককৰ 'ৰোপ' নামৰ এখন ছবিয়ে মুক্তি লাভ কৰিছিল। সেই ছবিখনত দেখিবলৈ পোৱা গৈছিল যে, দুই ভাতৃয়ে এজন বন্ধুক হত্যা কৰি, মৃতদেহ এটা বক্সৰ ভিতৰত ৰাখি সেইটোক ব্যৱহাৰ কৰিছিল টেবুল হিচাপে। সন্ধিয়া পাৰ্টীত অতিথিয়ে বুজিব পৰা নাছিল যে, মৃতদেহৰ ওপৰতে খাবলৈ দিছে তেওঁলোকক ! এয়া আছিল এখন চিনেমাৰ কাহিনী। এইবাৰ স্পেইনত যিধৰণৰ ঘটনা ঘটিল, দেখি স্তম্ভিত হৈ পৰিল সকলো। মাকক হত্যাী কৰি পিছ পিছকৈ কাটি ভক্ষণ কৰিলে পুত্ৰই।

    অবিশ্বাস্য যেন লগা, এই অপৰাধ সংঘটিত হৈছে স্পেইনৰ মাদ্ৰিদৰ ভেন্তাস এলেকাত। আৰক্ষীয়ে জনাইছে যে, ২৮ বছৰৰৰ আলবাৰ্তো সানচেজ গোমেজে নিজৰ ৬৮ বছৰিীয়া মাতৃ মাৰিয়া ছোলেদাদ গোমেজক হত্যা কৰি কাটি খাইছে। পিছে এই ঘটনা ২০১৯ৰে। তেতিয়াৰ পৰাই স্পেইনৰ অডিয়েন্সিয়া প্ৰভিন্সিয়েল কোৰ্টত এই গোচৰৰ বিচাৰ চলিছে। যাৰ ৰায় সম্প্ৰতি দিছে বিচাৰকে। ঘটনাত হত্যা আৰু নৰখাদকতাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে আলবেৰ্তোকক।
    Published by:Himangshu Bhuyan
    First published: