বুধবাৰে ৰাতিপুৱা ভাৰতৰ চুবুৰীয়া আফগানিস্তান আৰু পাকিস্তানত ভূমিকম্প হৈছিল। আফগানিস্তানত ৬.১ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হৈছিল। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, আফগানিস্তানত হোৱা ভূমিকম্পত কমেও ২৫০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। বুধবাৰে ৰাতিপুৱা ভাৰতৰ চুবুৰীয়া আফগানিস্তান আৰু পাকিস্তানত ভূমিকম্প হৈছিল। আফগানিস্তানত ৬.১ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হৈছিল। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, আফগানিস্তানত হোৱা ভূমিকম্পত কমেও ২৫০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। বুধবাৰে ৰাতিপুৱা ভাৰতৰ চুবুৰীয়া আফগানিস্তান আৰু পাকিস্তানত ভূমিকম্প হৈছিল। আফগানিস্তানত ৬.১ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হৈছিল। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, আফগানিস্তানত হোৱা ভূমিকম্পত কমেও ২৫০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ উপৰিও, পাকিস্তান আৰু মালয়েছিয়াতো কম্পন অনুভৱ কৰা হৈছে।
দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে, দক্ষিণ আফগানিস্তানত ৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কমেও ২৫০ জন লোকৰ মৃত্যু হৈছে। ভূমিকম্পৰ কেন্দ্ৰস্থল ৰাজধানী কাবুলৰ দক্ষিণে খোষ্ট চহৰৰ পৰা প্ৰায় ৪৪ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আছিল।
২৫০ জন লোক আহত
তালিবান প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুৰব্বী মহম্মদ নাছিম হাক্কানীয়ে কৈছিল যে বেছিভাগ মৃত্যু চুবুৰীয়া প্ৰদেশ পাকটিকাত নিশ্চিত কৰা হৈছে, য'ত ১০০ জন লোক নিহত আৰু ২৫০ জন আহত হৈছিল।
Published by: Kokil Sarma
First published: June 22, 2022, 11:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|