মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »পাকিস্তানত শিখ যুৱকক হত্যা, নিজৰ বিয়াৰ প্ৰস্তুতিৰ বাবে গৈছিল পেছাৱৰলৈ

পাকিস্তানত শিখ যুৱকক হত্যা, নিজৰ বিয়াৰ প্ৰস্তুতিৰ বাবে গৈছিল পেছাৱৰলৈ

পেছাৱৰ পুলিচৰ তথ্য অনুসৰি যুৱকজনৰ নাম পৰবিন্দৰ সিং। যুৱকজনৰ ঘৰ শাংগলাত

পেছাৱৰ পুলিচৰ তথ্য অনুসৰি যুৱকজনৰ নাম পৰবিন্দৰ সিং। যুৱকজনৰ ঘৰ শাংগলাত

  • Share this:
পাকিস্তানৰ পেছাৱৰত এজন শিখ যুৱকৰৰ হত্যা কৰা হ’ল। এতিয়ালৈকে পোৱা খবৰ অনুসৰি হত্যা কৰা যুৱকজনৰ নাম  পৰবিন্দৰ সিং। অহা সপ্তাহত বিয়া কৰোৱাৰ কথা আছিল পৰবিন্দৰে। আৰক্ষীৰ সুত্ৰৰ পৰা পোৱা তথ্য অনুসৰি পৰবিন্দৰে নিজৰ বিয়াৰ প্ৰস্তুতিৰ বাবে পেছাৱৰলৈ গৈছিল। আৰু তাতে কোনো দুৰ্বৃত্তই হত্যা কৰে যুৱকজনক।

শেহতীয়া বাতৰি