
Nobel prize 2022: এই বছৰৰ সাহিত্যৰ ন'বেল বঁটা ফৰাচী লেখিকা এনি এৰনাক্সক (French author Annie Ernaux) প্ৰদান কৰা হ'ব। ন'বেল বঁটা সমিতিয়ে এনি এৰনাক্সৰ নাম ঘোষণা কৰিছে।
Nobel prize 2022: এই বছৰৰ সাহিত্যৰ ন'বেল বঁটা ফৰাচী লেখিকা এনি এৰনাক্সক (French author Annie Ernaux) প্ৰদান কৰা হ'ব। ন'বেল বঁটা সমিতিয়ে এনি এৰনাক্সৰ নাম ঘোষণা কৰিছে।
এই বছৰৰ সাহিত্যৰ ন'বেল বঁটা ফৰাচী লেখিকা এনি এৰনাক্সক (French author Annie Ernaux) প্ৰদান কৰা হ'ব। ন'বেল বঁটা সমিতিয়ে এনি এৰনাক্সৰ নাম ঘোষণা কৰিছে।
এনি এৰনাক্সে ফৰাচীকে ধৰি ইংৰাজীত বহুতো উপন্যাস, নাটক আৰু প্ৰবন্ধ লিখিছে। তেওঁ বহুতো চলচ্চিত্ৰৰ কাহিনীও লিখিছে। এনিৰ জন্ম ১৯৪০ চনত হৈছিল। এনি এৰনাক্সৰ বিখ্যাত ৰচনাসমূহৰ ভিতৰত আছে ডু ডেহৰ্ছ আলোচনী, লা ভি এক্সট্ৰিউৰ কিতাপ। এই কিতাপবোৰত, এনিয়ে তেওঁৰ শৈশৱৰ প্ৰবন্ধবোৰ অন্তৰ্ভুক্ত কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|