IND vs ENG: ৰোহিত শৰ্মাৰ দৰ্শনীয় শতক, যুঁজ দিছে ভাৰতে

এতিয়া ৰোহিত শৰ্মাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে ভাৰতৰ জয় পৰাজয়।

news18assam
Updated:June 30, 2019, 9:47 PM IST
IND vs ENG: ৰোহিত শৰ্মাৰ দৰ্শনীয় শতক, যুঁজ দিছে ভাৰতে
এতিয়া ৰোহিত শৰ্মাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে ভাৰতৰ জয় পৰাজয়।
news18assam
Updated: June 30, 2019, 9:47 PM IST
প্ৰতি অভাৰত গড়ে ৯.৯৪ ৰানেৰে ভাৰতক জয়ৰ বাবে প্ৰয়োজন  ৯২ টা বলত ১৫২ ৰানৰ। বিৰাট কোহলী আউট হোৱাৰ পিছত এতিয়া ৰোহিত শৰ্মাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে ভাৰতৰ জয় পৰাজয়। খেলখনত জয়লাভ কৰিবলৈ ভাৰতৰ মিডল অৰ্ডাৰ বেটচমেনে কৰিব লাগিব ভাল প্ৰদৰ্শন। ক্ৰিজত এতিয়া ৰোহিত শৰ্মা আৰু ঋষভ পণ্টে চম্ভালিছে ভাৰতৰ ইনিংছ।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি