সমুদ্ৰ তীৰত য়ুজবেন্দ্ৰ চহলৰ পত্নীৰ নৃত্য, ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল ভিডিঅ’

News18 Assam | News18-Assam
Updated:October 26, 2020, 11:21 AM IST
সমুদ্ৰ তীৰত য়ুজবেন্দ্ৰ চহলৰ পত্নীৰ নৃত্য, ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল ভিডিঅ’
ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় ধনশ্ৰীৰ এটা নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ডুবাইৰ সমুদ্ৰ তীৰত নৃত্য কৰিছে ধনশ্ৰীয়ে।

ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় ধনশ্ৰীৰ এটা নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ডুবাইৰ সমুদ্ৰ তীৰত নৃত্য কৰিছে ধনশ্ৰীয়ে।

  • Share this:
কোৰোণা ভাইৰাছৰ প্ৰকোপৰ বাবে এই বছৰ আইপিএল অনুষ্ঠিত হৈছে সংযুক্ত আৰব আমিৰশ্বাহিত। আইপিএলত অংশগ্ৰহণৰ বাবে অধিকসংখ্যক ক্ৰিকেটাৰেই পৰিয়াল এৰি বিদেশত বাহৰ পাতিছে। আন সময়ত আই পি এলৰ সময়ত ক্ৰিকেটাৰসকলৰ পৰিয়ালৰ সদস্যও তেওঁলোকৰ সৈতে থাকে।

কিন্তু কোৰোণা মহামাৰীৰ বাবে এই বছৰ সেয়া সম্ভৱ হোৱা নাই, তথাপি কিছু ক্ৰিকেটাৰৰ পৰিয়ালৰ লোক আছে তেওঁলোকৰ সৈতে। ইয়াৰ ভিতৰত অন্যতম ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চহল। প্ৰতিযোগিতা যেতিয়া আৰম্ভ হৈছিল তেতিয়া চহলক অকলেই গৈছিল ইউ এ ইলৈ। কিন্তু তাৰ পিছত চহলৰ পত্নী ধনশ্ৰী উপস্থিত হৈছিল মৰু চহৰত।










View this post on Instagram





A sunset state of mind 🌞 Dancing to laila Isn’t it beautiful ? . #dhanashreeverma #ree @tonykakkar


A post shared by Dhanashree Verma (@dhanashree9) on




ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় ধনশ্ৰীৰ এটা নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ডুবাইৰ সমুদ্ৰ তীৰত নৃত্য কৰিছে ধনশ্ৰীয়ে। তাৰ পূৰ্বে ধনশ্ৰীয়ে ইনষ্টাগ্ৰামত লিখিছে বুৰ্জ খালিফা চেলেঞ্জ। ভিডিঅ’ত দেখা গৈছে অক্ষয় কুমাৰ, কিয়াৰা আদৱানিৰ ছবি লক্ষ্মী বমত বুৰ্জ খালিফাত নাচিছিল। ধনশ্ৰীয়েও সেই স্থানতে নাচিছে।
Published by: Sanjay Kumar Das
First published: October 26, 2020, 11:21 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading