
Tokyo Olympicsত ভাৰতীয় মল্লযোদ্ধা ৰবি দাহিয়াই ফাইনেলত পৰাস্ত হ'লেও শক্তিশালী প্ৰদৰ্শনেৰে ফাইনেলত প্ৰৱেশ কৰিছিল। তেওঁ ৫৭ কিলোগ্ৰাম ছেমি ফাইনেলত কাজাখস্তানৰ ছানায়াভ নুৰইছলামক পৰাস্ত কৰিছিল।
Tokyo Olympicsত ভাৰতীয় মল্লযোদ্ধা ৰবি দাহিয়াই ফাইনেলত পৰাস্ত হ'লেও শক্তিশালী প্ৰদৰ্শনেৰে ফাইনেলত প্ৰৱেশ কৰিছিল। তেওঁ ৫৭ কিলোগ্ৰাম ছেমি ফাইনেলত কাজাখস্তানৰ ছানায়াভ নুৰইছলামক পৰাস্ত কৰিছিল।
Tokyo Olympicsত দেশৰ নাম উজলাই তুলিলে মল্লযোদ্ধা ৰবি দাহিয়াই। ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰিছে ৰবি দাহিয়াই। ফাইনেলত পৰাস্ত হয় মল্লযোদ্ধাগৰাকী। জাভুৰ য়ুগুয়েভৰ বিৰুদ্ধে ৪-৭ ব্যৱধানত পৰাস্ত ৰবি দাহিয়া।
ভাৰতীয় মল্লযোদ্ধা ৰবি দাহিয়াই টকিঅ' অলিম্পিকত শক্তিশালী প্ৰদৰ্শনেৰে ফাইনেলত প্ৰৱেশ কৰিছিল। তেওঁ ৫৭ কিলোগ্ৰাম ছেমি ফাইনেলত কাজাখস্তানৰ ছানায়াভ নুৰইছলামক পৰাস্ত কৰিছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|