বাঘ আৰু অজগৰৰ তয়াময়া ৰণ, কোন জিকিল? চাওক VIDEO

News18-Assam
Updated:November 20, 2019, 11:45 AM IST
বাঘ আৰু অজগৰৰ তয়াময়া ৰণ, কোন জিকিল? চাওক VIDEO
এই দৃশ্য আফ্ৰিকাৰ মছাই মাৰা ট্ৰাইএংগল ৰিজাৰ্ভ পাৰ্কৰ। এডাল প্ৰকাণ্ড অজগৰ আৰু এটা বাঘৰ মাজৰ এখন যুঁজ।

এই দৃশ্য আফ্ৰিকাৰ মছাই মাৰা ট্ৰাইএংগল ৰিজাৰ্ভ পাৰ্কৰ। এডাল প্ৰকাণ্ড অজগৰ আৰু এটা বাঘৰ মাজৰ এখন যুঁজ।

  • News18 Assam
  • Last Updated: November 20, 2019, 11:45 AM IST
  • Share this:
এই দৃশ্য আফ্ৰিকাৰ মছাই মাৰা ট্ৰাইএংগল ৰিজাৰ্ভ পাৰ্কৰ। এডাল প্ৰকাণ্ড অজগৰ আৰু এটা বাঘৰ মাজৰ এখন যুঁজ। দুয়ো সৰ্বশক্তিৰে যুঁজ দিছে। শক্তিৰ হিচাপত বাঘ আৰু অজগৰ দুয়ো ভয়ংকৰ। কোনেও কাৰো ওচৰত হাৰ নামানে। অজগৰডালে প্ৰথমে বাঘটোক জপটিয়াই ধৰিছে। তাৰ পিছত বাঘটোৱে সৰ্বশক্তিৰে মুক্ত হৈছে অজগৰৰ কবলৰ পৰা। কিন্তু এই যুঁজত ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই দৃশ্য। ‘ডেইলী মেইল’ৰ মতে, এই ভিডিঅ’টো দুমাহ পুৰণি, যিটো এতিয়া ভাইৰেল হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি