প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকি দিয়া পাকিস্তানী কণ্ঠশিল্পী ৰাবি পিৰজাদাৰ নগ্ন ফটো, ভিডিঅ’ ভাইৰেল

কেইদিনমান পূৰ্বে পাকিস্তানৰ কণ্ঠশিল্পী ৰাবি পিৰজাদাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিছিল হত্যাৰ ভাবুকি

News18-Assam
Updated:November 2, 2019, 8:19 PM IST
প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকি দিয়া পাকিস্তানী কণ্ঠশিল্পী ৰাবি পিৰজাদাৰ নগ্ন ফটো, ভিডিঅ’ ভাইৰেল
Source-Google
News18-Assam
Updated: November 2, 2019, 8:19 PM IST
কেইদিনমান পূৰ্বে পাকিস্তানৰ কণ্ঠশিল্পী ৰাবি পিৰজাদাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিছিল হত্যাৰ ভাবুকি। কণ্ঠশিল্পীগৰাকীয়ে হাতত ডাঙৰ ডাঙৰ সাপ, ঘৰিয়াল লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ ককৰ্থনা কৰাৰ লগতে কাশ্মীৰ বিচাৰি মাজে মাজে গীতো গাইছিল।



কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাবুকি দিয়া পাকিস্তানী কণ্ঠশিল্পীৰ নগ্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।



কণ্ঠশিল্পীৰ এনেধৰণৰ অপকৰ্মৰ বাবে বিভিন্ন জনে ছচিয়েল মিডিয়াত ককৰ্থনা কৰাও পৰিলক্ষিত হৈছে।

ৰাবি পিৰজাদাৰ এটা ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি