VIRAL VIDEO: অজগৰৰ পেটত এখন মস্ত টাৱেল!

News18 Assam | News18-Assam
Updated:February 27, 2020, 4:39 PM IST
VIRAL VIDEO: অজগৰৰ পেটত এখন মস্ত টাৱেল!
অজগৰৰ পেটৰ পৰা ওলাল এখন বৃহৎ টাৱেল! ভিডিও দেখিলে অবাক হ’ব। ছচিয়েল মিডিয়াত ভাইৰেল ভিডিওই তুলিছে চাঞ্চল্য। 

অজগৰৰ পেটৰ পৰা ওলাল এখন বৃহৎ টাৱেল! ভিডিও দেখিলে অবাক হ’ব। ছচিয়েল মিডিয়াত ভাইৰেল ভিডিওই তুলিছে চাঞ্চল্য। 

  • Share this:
নতুন দিল্লীঃ ওজন ৫কেজি। দীঘল ৩মিটাৰ। বয়স ১৮। আদৰত সকলোৱে মাতে ‘মণ্টি’। সেই মণ্টি হঠাৎ ভাইৰেল হ’ল ছচিয়েল মিডিয়াত। কাৰণ জানিলে অবাক হ’ব। কি কৰিছিল মণ্টি নামৰ অজগৰটোৱে।

শেহতীয়াকৈ Small Animal Specialist Hospital -ৰ এটা ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। য’ত দেখা গৈছে এটা অজগৰৰ পেটৰ পৰা বাহিৰ কৰা হৈছে এখন প্ৰকাণ্ড টাৱেল। চিকিৎসকৰ অনুমান সমুদ্ৰ তীৰৰ ওচৰত টাৱেলখন খাইছিল মণ্টিয়ে। নহ’লে ক’ৰ পৰা ওলাব এই টাৱেল?

চাওক সেই ভিডিও---
আৰু চাওক
পৰৱৰ্তী বাতৰি