PoKত সমদলকাৰীক দৌৰাই দৌৰাই পিটিলে আৰক্ষীয়ে, দুজনৰ মৃত্যু, চাওক VIDEO

সমদলকাৰীৰ ওপৰত লাঠিচালনা কৰাৰ পিছত আৰক্ষীয়ে তাত থকা প্ৰেছ ক্লাবতো অভিযান চলায়।

News18-Assam
Updated:October 23, 2019, 3:42 PM IST
PoKত সমদলকাৰীক দৌৰাই দৌৰাই পিটিলে আৰক্ষীয়ে, দুজনৰ মৃত্যু, চাওক VIDEO
সমদলকাৰীৰ ওপৰত লাঠিচালনা কৰাৰ পিছত আৰক্ষীয়ে তাত থকা প্ৰেছ ক্লাবতো অভিযান চলায়।
News18-Assam
Updated: October 23, 2019, 3:42 PM IST
পাক অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজফ্ফৰাবাদত ৰাজনৈতিক দলৰ সমদলত পুনৰ লাঠিচালনা কৰিলে আৰক্ষীয়ে। আৰক্ষীৰ লাঠিচালনাত দুজন নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে ৮০জনৰো অধিক আহত হয়। অল ইণ্ডিপেণ্ডেণ্ট পাৰ্টীজ এলায়েঞ্চে (AIPA)ই আয়োজন কৰিছিল এই সমদলৰ। এই ৰেলীৰ উদ্দেশ্য আছিল PoKৰ বাসিন্দাসকলৰ স্বাধীনতা প্ৰদানৰ দাবী জনোৱা।

সমদলকাৰীৰ ওপৰত লাঠিচালনা কৰাৰ পিছত আৰক্ষীয়ে তাত থকা প্ৰেছ ক্লাবতো অভিযান চলায়। যাৰ ফলত কেইবাগৰাকীও সাংবাদিক আহত হয়। সাংবাদিকে অভিযোগ কৰা অনুসৰি, তেওঁলোকক জানি–শুনি আক্ৰমণ কৰা হৈছে আৰু তেওঁলোকৰ কেমেৰা আৰু আন সামগ্ৰীও আৰক্ষীয়ে লণ্ডভণ্ড কৰিছে।




NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি