মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »কাশ্মীৰী পণ্ডিতসকলক মোদীয়ে ক’লে – আপোনালোকে বহু সহ্য কৰিলে, এতিয়া সকলোৱে মিলি বনাম নতুন কাশ্মীৰ

কাশ্মীৰী পণ্ডিতসকলক মোদীয়ে ক’লে – আপোনালোকে বহু সহ্য কৰিলে, এতিয়া সকলোৱে মিলি বনাম নতুন কাশ্মীৰ

জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ বাবে মোদীক ধন্যবাদ জ্ঞাপন কৰে কাশ্মীৰী পণ্ডিতসকলে।

জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ বাবে মোদীক ধন্যবাদ জ্ঞাপন কৰে কাশ্মীৰী পণ্ডিতসকলে।

জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ বাবে মোদীক ধন্যবাদ জ্ঞাপন কৰে কাশ্মীৰী পণ্ডিতসকলে।

  • Share this:
    আমেৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনায় প্ৰবাসী ভাৰতীয়সকলে। ‘হাউডী মোদী’ অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰী হিউষ্টনত শিখ সম্প্ৰদায়, কাশ্মীৰী পণ্ডিত আৰু ভোহৰা সম্প্ৰদায়ৰ লোকসকলক সাক্ষাৎ কৰে। জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ বাবে মোদীক ধন্যবাদ জ্ঞাপন কৰে কাশ্মীৰী পণ্ডিতসকলে।

    প্ৰধানমন্ত্ৰী মোদীয়ে কাশ্মীৰী পণ্ডিতসকলৰ সমস্যাৰ কথা উল্লেখ কৰি কয় – আপোনালোকে বহু সহ্য কৰিলে, কিন্তু এতিয়া বিশ্ব সলনি হৈছে। এতিয়া আমি সকলোৱে মিলি আগবাঢ়িব লাগিব আৰু এখন নতুন কাশ্মীৰ নিৰ্মাণ কৰিব লাগিব। কাশ্মীৰী পণ্ডিতসকলক সাক্ষাৎকাৰৰ ভিডিঅ’ প্ৰকাশ কৰি টুইট কৰিছে মোদীয়ে।



    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি