৩০ মিলিয়ন ‘Followers’ৰ ঘৰ অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
৩০ মিলিয়ন ‘Followers’ৰ ঘৰ অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
ছচিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এক কৃতিত্ব। ইনষ্টাগ্ৰামত বিশ্বৰ সৰ্বাধিক ‘Follower’ থকা ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিছ পেলাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওবামাক।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|