ৰাছিয়াই ভাৰতবৰ্ষত নিৰ্মাণ কৰিব ৰাইফল মিছাইল চিষ্টেম!

News18-Assam
Updated:September 4, 2019, 5:34 PM IST
ৰাছিয়াই ভাৰতবৰ্ষত নিৰ্মাণ কৰিব ৰাইফল মিছাইল চিষ্টেম!
নৰেন্দ্ৰ মোদী আৰু পুটিন

ৰাছিয়াৰ এই সিদ্ধন্তক এতিয়া আদৰণি জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

  • Share this:
ভাৰত–ৰাছিয়াৰ বন্ধুত্ব মূলক সম্পৰ্কৰ ফঁচল। ৰাছিয়াই ভাৰতবৰ্ষত নিৰ্মাণ কৰিব ৰাইফল মিছাইল চিষ্টেম। বুধবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মাজত কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হয়।

ইষ্টাৰ্ণ ইক’নমিক ফ’ৰামৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়ালৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।  তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে।

ৰাছিয়াৰ এই সিদ্ধন্তক এতিয়া আদৰণি জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

 
First published: September 4, 2019, 5:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি