তিনিদিনীয়া ভ্ৰমণসূচীৰে থাইলেণ্ডত প্ৰধানমন্ত্ৰী মোদী, সন্ধিয়া ৬ বজাত থাইলেণ্ডৰ প্ৰবাসী ভাৰতীয়ৰ সৈতে ভাব বিনিময়

এই ভ্ৰমণৰ সময়ছোৱাত মোদীয়ে থাইলেণ্ডত অংশ গ্ৰহণ কৰিব এছিয়ান ছামিটত

News18-Assam
Updated:November 2, 2019, 12:29 PM IST
তিনিদিনীয়া ভ্ৰমণসূচীৰে থাইলেণ্ডত প্ৰধানমন্ত্ৰী মোদী, সন্ধিয়া ৬ বজাত থাইলেণ্ডৰ প্ৰবাসী ভাৰতীয়ৰ সৈতে ভাব বিনিময়
এই ভ্ৰমণৰ সময়ছোৱাত মোদীয়ে থাইলেণ্ডত অংশ গ্ৰহণ কৰিব এছিয়ান ছামিটত
News18-Assam
Updated: November 2, 2019, 12:29 PM IST
তিনিদিনীয়া ভ্ৰমণসূচীৰে আজিৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ থাইলেণ্ড ভ্ৰমণ। এই ভ্ৰমণৰ সময়ছোৱাত মোদীয়ে থাইলেণ্ডত অংশ গ্ৰহণ কৰিব এছিয়ান ছামিটত। লগতে পূব এছিয়া আৰু  অৰ্থনৈতিক অংশীদাৰ শীৰ্ষক ছামিটটো ভাগ ল'ব মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এচিয়ান ছামিট ভাৰতীয় বৈদেশিক নীতিৰ বাবে অন্যতম লাভদায়ক বুলিও নিজৰ টুইটাৰত উল্লেখ কৰে।

থাইলেণ্ডত উপস্থিত হোৱাৰ পিছত আজি সন্ধিয়া ৬ বজাত থাইলেণ্ডত থকা প্ৰবাসী ভাৰতীয়ৰ সৈতে ভাব বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

আৰু চাওক পৰৱৰ্তী বাতৰি