ভয়ংকৰ দুৰ্ঘটনা, দুই মহলীয়া বিল্ডিঙত খুন্দা মাৰিলে বিমানে, কেইবাজনৰো মৃত্যুৰ আশংকা

News18 Assam | News18-Assam
Updated:December 27, 2019, 9:28 AM IST
ভয়ংকৰ দুৰ্ঘটনা, দুই মহলীয়া বিল্ডিঙত খুন্দা মাৰিলে বিমানে, কেইবাজনৰো মৃত্যুৰ আশংকা
Photo : DD News

বিমানখনত আছিল বিমানকৰ্মীসহ ১০০জন লোক।

  • Share this:
কাজাখস্তানত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। বিমানবন্দৰৰ পৰা উৰা মৰাৰ পিছতে সমীপৰে এটা বিল্ডিঙত খুন্দা মাৰে এখন বিমানে। বিমানখনত আছিল বিমানকৰ্মীসহ ১০০জন লোক। বিমান দুৰ্ঘটনাত এইপৰ্যন্ত ৭জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে দুৰ্ঘটনাত। বিমানখন কোন এয়াৰলাইনছৰ সেয়া জানিব পৰা হোৱা নাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি