নিলাজ! অনলাইন মিটিং চলি থকাৰ সময়ত সহকাৰীৰ সৈতে যৌন সম্পৰ্ক! ভিডিঅ’ ধুমুহাৰ গতিত ভাইৰেল ছচিয়েল মিডিয়াত

News18 Assam | News18-Assam
Updated:August 31, 2020, 5:34 PM IST
নিলাজ! অনলাইন মিটিং চলি থকাৰ সময়ত সহকাৰীৰ সৈতে যৌন সম্পৰ্ক! ভিডিঅ’ ধুমুহাৰ গতিত ভাইৰেল ছচিয়েল মিডিয়াত
philippineৰ ভিডিঅ’ এতিয়া কেৱল দেশখনতে নহয়, পৃথিৱীৰ অন্যান্য দেশটো হ’ল ভাইৰেল।

philippineৰ ভিডিঅ’ এতিয়া কেৱল দেশখনতে নহয়, পৃথিৱীৰ অন্যান্য দেশটো হ’ল ভাইৰেল।

  • Share this:
কোৰোণা মহামাৰীৰ সন্ত্ৰাস চলি থকাৰ বাবে এতিয়া অনলাইনৰ জৰিয়তেই মিটিং এটেণ্ড কৰিছে বহু কৰ্মচাৰীয়ে। Zoom ভিডিঅ’ কনফাৰেন্স এপৰ জৰিয়তে এতিয়া ছাত্ৰ-ছাত্ৰীৰ সকলৰ লগতে চৰকাৰী বা ব্যক্তিগতখণ্ডৰ বহু কৰ্মচাৰীয়ে মিটিঙত অংশগ্ৰহণ কৰিছে। অনলাইন মিটিঙত অংশগ্ৰহণ কৰাৰ সময়ত কৰ্মচাৰীয়ে বিচাৰিলে নিজৰ কেমেৰা অফ কৰিও মিটিঙত অংশ ল’ব পাৰে।

কিন্তু অনলাইনৰ মিটিঙ চলি থকাৰ সময়ত বহু কৰ্মচাৰী অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখিও হ’বলগীয়া হৈছে বহুসময়ত। এইবাৰ অনলাইন মিটিং চলি থকাৰ মাজতে যি ঘটনা সংঘটিত হ’ল সেয়া কোনেও কল্পনাই কৰা নাছিল! মিটিং চলি থকাৰ মাজতে নিজৰ সহায়কৰ সৈতে  যৌন কাৰ্যত লিপ্ত হ’ল কৰ্মচাৰী। ঘটনাটো সংঘটিত হৈছে ফিলিপাইনত। মিটিং চলি থকাৰ মাজতে কৰ্মচাৰীজনে সংঘটিত কৰা এনে জঘন্য কাণ্ডক এতিয়া সকলোৱে একেমুখে ধিক্কাৰ দিছে।



আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকতত প্ৰকাশ পোৱা খবৰ অনুসৰি, মিটিং এটেণ্ড কৰি কেমেৰা বন্ধ কৰিবলৈ পাহৰি গৈছিল কৰ্মচাৰীজনে। আৰু মিটিং চলি থকাৰ মাজতে ৰুমটোৰ এটা চুকত সহকাৰীৰ সৈতে যৌন কাৰ্যত লিপ্ত হয় চৰকাৰী কৰ্মচাৰীজন।

এতিয়া ভিডিঅ’টো ভাইৰেল হৈ পৰিছে সৰ্বত্ৰ। পিছত দুয়োগৰাকীয়েই ক্ষমা বিচাৰে যদিও ইতিমধ্যে কৰ্মচাৰীজনক চাকৰিৰ পৰা নিলম্বিত কৰিছে চৰকাৰে।
Published by: Himangshu Bhuyan
First published: August 31, 2020, 5:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading