বিকিনি পিন্ধি আহক, বিনামূলীয়াকৈ লৈ যাওক পেট্ৰ’ল – আজৱ প্ৰস্তাৱ পেট্ৰ’ল পাম্পৰ মালিকৰ
News18-Assam Updated:November 19, 2019, 4:47 PM IST

পেট্ৰ’ল পাম্পটোৰ গৰাকীয়ে কয় যে পুৰুষ–মহিলা বুলি কোনো কথা নাই। বিকিনি পিন্ধি আহিলে সকলোৱে পাব ফ্ৰী পেট্ৰ’ল।
পেট্ৰ’ল পাম্পটোৰ গৰাকীয়ে কয় যে পুৰুষ–মহিলা বুলি কোনো কথা নাই। বিকিনি পিন্ধি আহিলে সকলোৱে পাব ফ্ৰী পেট্ৰ’ল।
- News18 Assam
- Last Updated: November 19, 2019, 4:47 PM IST
পেট্ৰ’ল পাম্পটোৰ গৰাকীয়ে কয় যে পুৰুষ–মহিলা বুলি কোনো কথা নাই। বিকিনি পিন্ধি আহিলে সকলোৱে পাব ফ্ৰী পেট্ৰ’ল। এই অফাৰৰ পিছতে পেট্ৰ’ল পাম্পটোত লাইন লাগে গ্ৰাহকৰ। বিকিনি পিন্ধি পেট্ৰ’ল পাম্পটোত ভিৰ কৰে বহু পুৰুষেও। এই দৃশ্য ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
The gas station in Russia was offering free fueling for anyone who wears bikini, and this happens
Can you do this ?😂
Ifb pic.twitter.com/MTlZ3yP6Rs
— 17th_novemberrrrrrr (@RRoseRawlings) November 14, 2019
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।