বিকিনি পিন্ধি আহক, বিনামূলীয়াকৈ লৈ যাওক পেট্ৰ’ল – আজৱ প্ৰস্তাৱ পেট্ৰ’ল পাম্পৰ মালিকৰ

News18-Assam
Updated:November 19, 2019, 4:47 PM IST
বিকিনি পিন্ধি আহক, বিনামূলীয়াকৈ লৈ যাওক পেট্ৰ’ল – আজৱ প্ৰস্তাৱ পেট্ৰ’ল পাম্পৰ মালিকৰ
পেট্ৰ’ল পাম্পটোৰ গৰাকীয়ে কয় যে পুৰুষ–মহিলা বুলি কোনো কথা নাই। বিকিনি পিন্ধি আহিলে সকলোৱে পাব ফ্ৰী পেট্ৰ’ল।

পেট্ৰ’ল পাম্পটোৰ গৰাকীয়ে কয় যে পুৰুষ–মহিলা বুলি কোনো কথা নাই। বিকিনি পিন্ধি আহিলে সকলোৱে পাব ফ্ৰী পেট্ৰ’ল।

  • Share this:
বিভিন্ন কোম্পানী নাইবা প্ৰতিষ্ঠানে নিজৰ সামগ্ৰীসমূহৰ প্ৰতি গ্ৰাহকক আকৰ্ষণ কৰিবলৈ বিভিন্ন অফাৰ আগবঢ়ায়। কিন্তু ৰাছিয়াত এজন পেট্ৰ’ল পাম্পৰ মালিকে দিলে আজৱ অফাৰ। বিকিনি পিন্ধি পেট্ৰ’ল পাম্পলৈ আহিলে বিনামূলীয়াকৈ পেট্ৰ’ল দিয়াৰ অফাৰ দিয়ে মালিকজনে।

পেট্ৰ’ল পাম্পটোৰ গৰাকীয়ে কয় যে পুৰুষ–মহিলা বুলি কোনো কথা নাই। বিকিনি পিন্ধি আহিলে সকলোৱে পাব ফ্ৰী পেট্ৰ’ল। এই অফাৰৰ পিছতে পেট্ৰ’ল পাম্পটোত লাইন লাগে গ্ৰাহকৰ। বিকিনি পিন্ধি পেট্ৰ’ল পাম্পটোত ভিৰ কৰে বহু পুৰুষেও। এই দৃশ্য ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি