French Open : মেচ ফিক্সিঙত গ্ৰেপ্তাৰ ৰাছিয়ান সুন্দৰী। য়ানা ছিঝিকোভাই কলংকিত কৰিলে ৰোলা গেঁৰো।

News18 Assam | News18-Assam
Updated:June 6, 2021, 9:12 AM IST
French Open : মেচ ফিক্সিঙত গ্ৰেপ্তাৰ ৰাছিয়ান সুন্দৰী। য়ানা ছিঝিকোভাই কলংকিত কৰিলে ৰোলা গেঁৰো।
২০২০ চনতেই ছিঝিকোভাৰ বিৰুদ্ধে মেচ ফিক্সিঙৰ অভিযোগ উত্থাপন হৈছিল।

২০২০ চনতেই ছিঝিকোভাৰ বিৰুদ্ধে মেচ ফিক্সিঙৰ অভিযোগ উত্থাপন হৈছিল।

  • Share this:
মেচ ফিক্সিঙৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল ৰাছিয়ান টেনিছ খেলুৱৈ য়ানা ছিঝিকোভা । সুন্দৰী য়ানাই কলংকিত কৰিলে ৰোলা গেঁৰোৰ ৰঙা দলিচা।

ফ্ৰান্স অপেনক এইবাৰ ইটোৰ পিছত সিটো বিতৰ্কই আগুৰি ধৰিছে। এইবাৰ ৰাছিয়াৰ ডাবলছ খেলুৱৈ য়ানা ছিঝিকোভা গ্ৰেপ্তাৰ হোৱাত গ্ৰেণ্ডশ্লাম প্ৰতিয়োগিতাখনৰ মৰ্যাদা পুনৰ হানি হ'ল । প্ৰথম ৰাউণ্ডত পৰাজিত হোৱাৰ পিছতে পেৰিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাছিয়াৰ টেনিছ খেলুৱৈগৰাকীক।

২০২০ চনতেই ছিঝিকোভাৰ বিৰুদ্ধে মেচ ফিক্সিঙৰ অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হয় খেলুৱৈগৰাকীক।
Published by: Manjumoni Borah
First published: June 6, 2021, 9:12 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি