সাপ, ঘৰিয়াল লৈ প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকি পাকিস্তানী কণ্ঠশিল্পীৰ!

News18-Assam
Updated:September 5, 2019, 7:11 AM IST
সাপ, ঘৰিয়াল লৈ প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকি পাকিস্তানী কণ্ঠশিল্পীৰ!
কণ্ঠশিল্পীগৰাকীৰ বহুৱালী এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত!

কণ্ঠশিল্পীগৰাকীৰ বহুৱালী এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত!

  • Share this:
পাকিস্তানৰ ৰাবি পিৰজাদাই এইবাৰ আৰম্ভ কৰিছে বহুৱালি! হাতত ডাঙৰ ডাঙৰ সাপ, ঘৰিয়াললৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ ককৰ্থনা কৰাৰ লগতে কাশ্মীৰ বিচাৰি মাজে মাজে গীতো গাইছে। পাকিস্তানৰ কণ্ঠশিল্পীগৰাকীৰ এনে কৰ্ম–কাণ্ড এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

এতিয়া ক্ৰমান্বয়ে অধিক জটিল হৈ পৰিছে হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত শত্ৰুতা। ৰাজনৈতিক নেতা সকলৰ পিছত এইবাৰ পাকিস্তানৰ সাংস্কৃতিক কৰ্মী সকলেও ভাৰতৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰা পৰিলক্ষিত হৈছে।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading