‘ভাৰতীয় চিনেমা চূড়ান্ত অশ্লীল, সংস্কৃতি বিনষ্ট কৰে’- এই মন্তব্য পাকিস্তানৰ PM ইমৰাণ খানৰ

News18 Assam | News18-Assam
Updated:April 27, 2020, 7:05 PM IST
‘ভাৰতীয় চিনেমা চূড়ান্ত অশ্লীল, সংস্কৃতি বিনষ্ট কৰে’- এই মন্তব্য পাকিস্তানৰ PM ইমৰাণ খানৰ
 সকলোৱে জানে যে, ভাৰতীয় ছবি পাকিস্তানতো অতিকৈ জনপ্ৰিয়

 সকলোৱে জানে যে, ভাৰতীয় ছবি পাকিস্তানতো অতিকৈ জনপ্ৰিয়

  • Share this:
সকলো সমস্যা শেষ! এইবাৰ ভাৰতীয় ছবি আৰু টেলিভিছন শ্ব’ৰ সন্দৰ্ভত মন্তব্য কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে। প্ৰধানমন্ত্ৰীগৰাকীৰ মতে, ভাৰতীয় ছবি আৰু টেলিভিছন শ্ব’ চূড়ান্ত অশ্লীল, যিয়ে সংস্কৃতি বিনষ্ট কৰে।

কিছু দিন পূৰ্বে ভাৰতীয় ছবি পাকিস্তানত নিষিদ্ধ কৰা হ’ল। এতিয়া পাকিতস্তানৰ বহু লোকে পাইৰেটেড কপিৰ জৰিয়তে ভাৰতীয় ছবি চাই। কিন্তু ভাৰতীয় ছবিত অশ্লীলতাৰ গোন্ধ পাই দেশখনৰ প্ৰধানমন্ত্ৰী ইৰমাণ খানে।

ইমৰাণ খানে কয় যে, ‘পশ্চিমীয়া ছবিক অনুকৰণ কৰি কৰি ভাৰতীয় ছবি এতিয়া অশ্লীল হৈ পৰিল। কিন্তু বহু দশক পূৰ্বে ভাৰতীয় ছবি এনে ধৰণৰ নাছিল।ভাৰতীয় ছবিৰ এনে অশ্লীলতাই পাকিস্তানক যুৱ চামৰ মাজত বেয়া প্ৰভাৱ পেলাইছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading