• Home
  • »
  • News
  • »
  • world
  • »
  • Pakistan PM Imran Khan: আন্দোলন কৰিবলৈ আহ্বান পাকিস্তানৰ যুৱক-যুৱতীক, আস্থা ভোটৰ এদিন আগতে ইমৰান খানৰ ভাষণ

Pakistan PM Imran Khan: আন্দোলন কৰিবলৈ আহ্বান পাকিস্তানৰ যুৱক-যুৱতীক, আস্থা ভোটৰ এদিন আগতে ইমৰান খানৰ ভাষণ

Pakistan PM Imran Khan: আস্থা ভোট (Trust Vote)ৰ এদিন আগতে ৰাজহুৱা ভাষণত পাক প্ৰধানমন্ত্ৰী ইমৰান খান (Imran Khan)ৰ আন্দোলনৰ আহ্বান দেশৰ যুৱক-যৱতীসকললৈ।

  • Share this:
বাহ্যিক শক্তিৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আৰু বৰ্তমানৰ পাকিস্তানৰ 'মীৰ ছাদিক (Mir Sadiq) আৰু মীৰ জাফৰ' (Mir Jafar)ৰ বিৰুদ্ধে পাকিস্তান (Pakistan)ৰ যুৱক-যুৱতীসকলক আজিৰ লগতে কাইলৈও আন্দোলন কৰিবলৈ মই আহ্বান জনাইছোঁ। আস্থা ভোট (Trust Vote)ৰ এদিন আগতে ৰাজহুৱা ভাষণত পাক প্ৰধানমন্ত্ৰী ইমৰান খান (Imran Khan)ৰ এই আহ্বান দেশৰ যুৱক-যৱতীসকললৈ।

"আনকি আমাৰ সংসদ সমিতি (Parliament Committee)য়েও এই চৰকাৰী নথিখন দেখিছে, য'ত কোৱা হৈছে যে যদিহে আপোনালোকে ইমৰানক আঁতৰায় তেন্তে আমেৰিকাৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল থাকিব," পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে এক ৰাজহুৱা ভাষণত আস্থা ভোটৰ এদিন আগতে এই মন্তব্য কৰিছে।

ইমৰান খানে আকৌ কয়, "যদি বিৰোধী দলৰ নেতা আৰু পিএমএল (এন) নেতা (Leader of Opposition & PML (N) leader) শ্বাহবাজ শ্বৰীফে দায়িত্ব গ্ৰহণ কৰে তেন্তে তেওঁলোকে আমেৰিকা (America)ৰ দাসত্বহে কৰিব।"
Published by:Manjumoni Borah
First published: