বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / বিশ্ব / Pakistan PM Imran Khan: আন্দোলন কৰিবলৈ আহ্বান পাকিস্তানৰ যুৱক-যুৱতীক, আস্থা ভোটৰ এদিন আগতে ইমৰান খানৰ ভাষণ

Pakistan PM Imran Khan: আন্দোলন কৰিবলৈ আহ্বান পাকিস্তানৰ যুৱক-যুৱতীক, আস্থা ভোটৰ এদিন আগতে ইমৰান খানৰ ভাষণ

Pakistan PM Imran Khan: আন্দোলন কৰিবলৈ আহ্বান পাকিস্তানৰ যুৱক-যুৱতীক, আস্থা ভোটৰ এদিন আগতে ইমৰান খানৰ ভাষণ

Pakistan PM Imran Khan: আস্থা ভোট (Trust Vote)ৰ এদিন আগতে ৰাজহুৱা ভাষণত পাক প্ৰধানমন্ত্ৰী ইমৰান খান (Imran Khan)ৰ আন্দোলনৰ আহ্বান দেশৰ যুৱক-যৱতীসকললৈ।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

বাহ্যিক শক্তিৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আৰু বৰ্তমানৰ পাকিস্তানৰ ‘মীৰ ছাদিক (Mir Sadiq) আৰু মীৰ জাফৰ’ (Mir Jafar)ৰ বিৰুদ্ধে পাকিস্তান (Pakistan)ৰ যুৱক-যুৱতীসকলক আজিৰ লগতে কাইলৈও আন্দোলন কৰিবলৈ মই আহ্বান জনাইছোঁ। আস্থা ভোট (Trust Vote)ৰ এদিন আগতে ৰাজহুৱা ভাষণত পাক প্ৰধানমন্ত্ৰী ইমৰান খান (Imran Khan)ৰ এই আহ্বান দেশৰ যুৱক-যৱতীসকললৈ।

“আনকি আমাৰ সংসদ সমিতি (Parliament Committee)য়েও এই চৰকাৰী নথিখন দেখিছে, য’ত কোৱা হৈছে যে যদিহে আপোনালোকে ইমৰানক আঁতৰায় তেন্তে আমেৰিকাৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল থাকিব,” পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে এক ৰাজহুৱা ভাষণত আস্থা ভোটৰ এদিন আগতে এই মন্তব্য কৰিছে।

বিজ্ঞাপন

ইমৰান খানে আকৌ কয়, “যদি বিৰোধী দলৰ নেতা আৰু পিএমএল (এন) নেতা (Leader of Opposition & PML (N) leader) শ্বাহবাজ শ্বৰীফে দায়িত্ব গ্ৰহণ কৰে তেন্তে তেওঁলোকে আমেৰিকা (America)ৰ দাসত্বহে কৰিব।”

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন