• Home
  • »
  • News
  • »
  • world
  • »
  • সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰা পাকিস্তানক FATF–এ কৰিলে ব্লেকলিষ্ট

সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰা পাকিস্তানক FATF–এ কৰিলে ব্লেকলিষ্ট

সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানৰ নাই কোনো অনুসূচনা

সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানৰ নাই কোনো অনুসূচনা

সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানৰ নাই কোনো অনুসূচনা

  • Share this:
    এতিয়া পদে পদে উজুটি খাইছে পাকিস্তানে! সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰাৰ অভিযোগত শুকুৰবাৰে পাকিস্তানক ব্লেকলিষ্ট কৰিলে ফাইনেন্সিয়েল এক্সন টাস্ক ফ’ৰ্চ(FATF)ৰ এছিয়া পেচিফিক গ্ৰূপে।

    বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি পাকিস্তানে এতিয়া আৰ্থিক সংকটৰ সৈতে মুকাবিলা কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ ওচৰত সহায় ভিক্ষা কৰি আছে। সেই সময়ত  FATF–এ পাকিস্তানক ব্লেকলিষ্ট কৰা বিষয়টোৱে আন্তঃৰাষ্ট্ৰীয় মহলত বিশেষ তাৎপৰ্য বহন কৰিছে।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি