সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰা পাকিস্তানক FATF–এ কৰিলে ব্লেকলিষ্ট
News18-Assam Updated:August 23, 2019, 4:12 PM IST

সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানৰ নাই কোনো অনুসূচনা
সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানৰ নাই কোনো অনুসূচনা
- News18 Assam
- Last Updated: August 23, 2019, 4:12 PM IST
বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি পাকিস্তানে এতিয়া আৰ্থিক সংকটৰ সৈতে মুকাবিলা কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ ওচৰত সহায় ভিক্ষা কৰি আছে। সেই সময়ত FATF–এ পাকিস্তানক ব্লেকলিষ্ট কৰা বিষয়টোৱে আন্তঃৰাষ্ট্ৰীয় মহলত বিশেষ তাৎপৰ্য বহন কৰিছে।