ওলাল Covid-19ৰ ঔষধ! Dexamethasone নামৰ ঔষধে প্ৰাণ ৰক্ষা কৰিব পাৰিব কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ ভেণ্টিলেচনত যোৱা ৰোগীক!

News18 Assam | News18-Assam
Updated:June 16, 2020, 9:40 PM IST
ওলাল Covid-19ৰ ঔষধ! Dexamethasone নামৰ ঔষধে প্ৰাণ ৰক্ষা কৰিব পাৰিব কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ ভেণ্টিলেচনত যোৱা ৰোগীক!
এই ঔষধে মৃত্যুৰ হাৰ ৪০ শতাংশলৈকে কমাব পাৰিব।

এই ঔষধে মৃত্যুৰ হাৰ ৪০ শতাংশলৈকে কমাব পাৰিব।

  • Share this:
অৱশেষত চিনাক্ত হৈছে Covid-19ৰ ঔষধ! Dexamethasone নামৰ ঔষধবিধে প্ৰাণ ৰক্ষা কৰিব পাৰিব কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ ভেণ্টিলেচনৰ সহায়ত উশাহ লৈ থকা লোকসকলক। ইংলেণ্ডৰ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞই পৰীক্ষণৰ অন্তত চিনাক্ত কৰিছে এই ঔষধ।

বিশেষজ্ঞসকলে দাবী কৰা মতে, এই ঔষধে মৃত্যুৰ হাৰ ৪০ শতাংশলৈকে কমাব পাৰিব। বিশেষজ্ঞৰ মতে, ইংলেণ্ডৰ বেলিকা এই ঔষধবিধ ব্যৱহাৰ কৰাহেঁতেন ৫০০০ লোকক বচাব পৰা গ’লহেঁতেন। স্বীকৃতি পালে ভাৰতত এই ঔষধ ৫০০ৰো কম টকাত উপলব্ধ হ’ব। ই এক প্ৰকাৰৰ low dose steroid treatment।
First published: June 16, 2020, 9:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading