உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • অমিক্ৰণৰ ফলত শিশুৰ মাজত শ্বাসতন্ত্ৰৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক- গৱেষণাত প্ৰকাশ

    অমিক্ৰণৰ ফলত শিশুৰ মাজত শ্বাসতন্ত্ৰৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক- গৱেষণাত প্ৰকাশ

    কোৰোণা ভাইৰাছ (Coronavirus)ৰ সকলো ভেৰিয়েণ্টৰ ভিতৰতে অমিক্ৰণ (Omicron) ভেৰিয়েণ্টে শিশুৰ মাজত শ্বাসতন্ত্ৰ (Upper Airway Infection)ত সংক্ৰমণৰ সম্ভাৱনা অধিক।

    • Share this:
    কোৰোণা ভাইৰাছ (Coronavirus)ৰ সকলো ভেৰিয়েণ্টৰ ভিতৰতে অমিক্ৰণ (Omicron) ভেৰিয়েণ্টে শিশুৰ মাজত শ্বাসতন্ত্ৰ (Upper Airway Infection)ত সংক্ৰমণৰ সম্ভাৱনা অধিক। ইয়াৰ ফলত হাৰ্ট এটেককে ধৰি অন্য জটিল সমস্যাত আক্ৰান্ত হ'ব পাৰে সংক্ৰমিত শিশুটি। আমেৰিকাৰ তিনিখন বিশববিদ্যালয় ( University of Colorado, NorthWestern University, Stony Brook University)ৰ গৱেষক দলে ১৯ বছৰৰ অনুৰ্ধ ১৮,৮৪৯ গৰাকী কোভিড আক্ৰান্ত শিশুৰ তথ্য বিশ্লেষণ কৰি এই সম্ভাৱনা প্ৰকাশ কৰিছে।

    JAMA Pediatrics নামৰ জাৰ্ণালখনত বিগত মাহত প্ৰকাশিত এক গৱেষণা পত্ৰত কোৱা মতে অমিক্ৰণৰ পূৰ্বে কোভিড আক্ৰান্ত হৈ শ্বাসজনিত সমস্যাত চিকিৎসাধীন হোৱা শিশুৰ গড় বয়স আছিল চাৰে চাৰি বছৰ, কিন্তু অমিক্ৰণত আক্ৰান্ত হৈ শ্বাসজনিত সমস্যাত ভূগি চিকিৎসাধীন হোৱা শিশুৰ গড় বয়স আঢ়ৈ বছৰ আছিল।
    Published by:Manjumoni Borah
    First published: