কোৰোণা ভাইৰাছ (Coronavirus)ৰ সকলো ভেৰিয়েণ্টৰ ভিতৰতে অমিক্ৰণ (Omicron) ভেৰিয়েণ্টে শিশুৰ মাজত শ্বাসতন্ত্ৰ (Upper Airway Infection)ত সংক্ৰমণৰ সম্ভাৱনা অধিক।
কোৰোণা ভাইৰাছ (Coronavirus)ৰ সকলো ভেৰিয়েণ্টৰ ভিতৰতে অমিক্ৰণ (Omicron) ভেৰিয়েণ্টে শিশুৰ মাজত শ্বাসতন্ত্ৰ (Upper Airway Infection)ত সংক্ৰমণৰ সম্ভাৱনা অধিক।
কোৰোণা ভাইৰাছ (Coronavirus)ৰ সকলো ভেৰিয়েণ্টৰ ভিতৰতে অমিক্ৰণ (Omicron) ভেৰিয়েণ্টে শিশুৰ মাজত শ্বাসতন্ত্ৰ (Upper Airway Infection)ত সংক্ৰমণৰ সম্ভাৱনা অধিক। ইয়াৰ ফলত হাৰ্ট এটেককে ধৰি অন্য জটিল সমস্যাত আক্ৰান্ত হ'ব পাৰে সংক্ৰমিত শিশুটি। আমেৰিকাৰ তিনিখন বিশববিদ্যালয় ( University of Colorado, NorthWestern University, Stony Brook University)ৰ গৱেষক দলে ১৯ বছৰৰ অনুৰ্ধ ১৮,৮৪৯ গৰাকী কোভিড আক্ৰান্ত শিশুৰ তথ্য বিশ্লেষণ কৰি এই সম্ভাৱনা প্ৰকাশ কৰিছে।
JAMA Pediatrics নামৰ জাৰ্ণালখনত বিগত মাহত প্ৰকাশিত এক গৱেষণা পত্ৰত কোৱা মতে অমিক্ৰণৰ পূৰ্বে কোভিড আক্ৰান্ত হৈ শ্বাসজনিত সমস্যাত চিকিৎসাধীন হোৱা শিশুৰ গড় বয়স আছিল চাৰে চাৰি বছৰ, কিন্তু অমিক্ৰণত আক্ৰান্ত হৈ শ্বাসজনিত সমস্যাত ভূগি চিকিৎসাধীন হোৱা শিশুৰ গড় বয়স আঢ়ৈ বছৰ আছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|