• Home
  • »
  • News
  • »
  • world
  • »
  • আশ্বৰ্যকৰ! ৰাতিৰ ভিতৰতে গাড়ীৰ ভিতৰেৰে ওলাই আহিল প্ৰকাণ্ড গছ, চাওক Video

আশ্বৰ্যকৰ! ৰাতিৰ ভিতৰতে গাড়ীৰ ভিতৰেৰে ওলাই আহিল প্ৰকাণ্ড গছ, চাওক Video

নিশাটোৰ ভিতৰতে গাড়ীৰ ভিতৰেৰে ওলাল প্ৰকাণ্ড গছ। সকলোৰে মাজত হৈ চৈ লাগিল। ফ্ৰান্সত সংঘটিত হৈছে এই ঘটনা

  • Share this:
এই কেইদিন ছচিয়েল মিডিয়াত এখন গাড়ীৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। গাড়ীখন চৰ্চালৈ অহাৰ অন্যতম কাৰণ হৈছে, গাড়ীখনৰ ভিতৰেৰে ওলাই আহিছে এজোপা প্ৰকাণ্ড গছ। এই বিশেষ দৃশ্য দেখাৰ লগে লগে চকু কপালত উঠিব আপোনাৰ। ভাইৰেল হোৱা ভিডিঅ’টোত গাড়ীখন চাবলৈ বহু মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে।

ঘটনাটো সংঘটিত হৈছে ফ্ৰান্সত।

চাওক ভিডিঅ’

First published: