ইথিওপিয়ানৰ প্ৰধানমন্ত্ৰী এবি আহমেদ আলীলৈ শান্তিৰ ন’বেল বঁটা

শুকুৰবাৰে ঘোষণা কৰা হ’ল শান্তিৰ ন’বেল বঁটা

News18-Assam
Updated:October 11, 2019, 6:01 PM IST
ইথিওপিয়ানৰ প্ৰধানমন্ত্ৰী এবি আহমেদ আলীলৈ শান্তিৰ ন’বেল বঁটা
শুকুৰবাৰে ঘোষণা কৰা হ’ল শান্তিৰ ন’বেল বঁটা
News18-Assam
Updated: October 11, 2019, 6:01 PM IST
শুকুৰবাৰে ঘোষণা কৰা হ’ল শান্তিৰ ন’বেল বঁটা। ইথিওপিয়ানৰ প্ৰধানমন্ত্ৰী এবি আহমেদ আলীলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ শান্তিৰ নবেল বঁটা। শত্ৰু ৰাষ্ট্ৰ ইৰিট্ৰিয়াৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ লগতে সীমা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে হাতত লোৱা উদ্যোগৰ বাবে এইবাৰ  এবি আহমেদ আলীলৈ আগবঢ়োৱা হৈছে শান্তিৰ ন’বেল বঁটা। এই কথা উল্লেখ কৰে জুৰিৰ সদস্যসকলে।
আৰু চাওক পৰৱৰ্তী বাতৰি