বিদ্যালয় পৰ্যায়ৰ পৰাই ছাত্ৰ ছাত্ৰী সকল ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হওক, লণ্ডনত ক্ৰীড়াক লৈ সপোন বাখ্যা নীতা আম্বানীৰ

ভাৰতৰ ক্ৰীড়াৰ প্ৰসাৰ আৰু প্ৰচাৰত নীতা আম্বানীৰ আছে গুৰুত্বপূৰ্ণ প্ৰকল্প

News18-Assam
Updated:October 8, 2019, 10:32 PM IST
বিদ্যালয় পৰ্যায়ৰ পৰাই ছাত্ৰ ছাত্ৰী সকল ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হওক, লণ্ডনত ক্ৰীড়াক লৈ সপোন বাখ্যা নীতা আম্বানীৰ
ভাৰতৰ ক্ৰীড়াৰ প্ৰসাৰ আৰু প্ৰচাৰত নীতা আম্বানীৰ আছে গুৰুত্বপূৰ্ণ প্ৰকল্প
News18-Assam
Updated: October 8, 2019, 10:32 PM IST
ইংলেণ্ডত ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষা নীতা আম্বানী। বিজনেচ অৱ স্পৰ্টছ অনুষ্ঠানত ভাগ লৈছে অধ্যক্ষা গৰাকীয়ে।আজি লণ্ডনত ভাৰতীয় ক্ৰীড়াৰ বিষয়ে লণ্ডনত অনুষ্ঠিত হোৱা বিজনেচ অৱ স্পৰ্টছ অনুষ্ঠানত ভাষণ প্ৰদান কৰিলে নীতা আম্বানীয়ে। NBA ৰ সৈতে যুটীয়া ভাবে  Reliance Foundation এ আয়োজন কৰিছে Junior NBA Programme শীৰ্ষক অনুষ্ঠান। ভাৰতবৰ্ষক যাতে Multi Sports nation হিচাপে চিহ্নিত কৰিব পৰা যায়, তাৰ বাবে বিদ্যালয় পৰ্যায়ৰ পৰাই ছাত্ৰ ছাত্ৰী সকল যাতে ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে, তাৰ বাবে ইতিমধ্যে বিশেষ উদ্যোগ লৈছে নীতা আম্বানীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি