ভাৰতৰ ক্ৰীড়াৰ প্ৰসাৰ আৰু প্ৰচাৰত নীতা আম্বানীৰ আছে গুৰুত্বপূৰ্ণ প্ৰকল্প
ভাৰতৰ ক্ৰীড়াৰ প্ৰসাৰ আৰু প্ৰচাৰত নীতা আম্বানীৰ আছে গুৰুত্বপূৰ্ণ প্ৰকল্প
ইংলেণ্ডত ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষা নীতা আম্বানী। বিজনেচ অৱ স্পৰ্টছ অনুষ্ঠানত ভাগ লৈছে অধ্যক্ষা গৰাকীয়ে।আজি লণ্ডনত ভাৰতীয় ক্ৰীড়াৰ বিষয়ে লণ্ডনত অনুষ্ঠিত হোৱা বিজনেচ অৱ স্পৰ্টছ অনুষ্ঠানত ভাষণ প্ৰদান কৰিলে নীতা আম্বানীয়ে। NBA ৰ সৈতে যুটীয়া ভাবে Reliance Foundation এ আয়োজন কৰিছে Junior NBA Programme শীৰ্ষক অনুষ্ঠান। ভাৰতবৰ্ষক যাতে Multi Sports nation হিচাপে চিহ্নিত কৰিব পৰা যায়, তাৰ বাবে বিদ্যালয় পৰ্যায়ৰ পৰাই ছাত্ৰ ছাত্ৰী সকল যাতে ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে, তাৰ বাবে ইতিমধ্যে বিশেষ উদ্যোগ লৈছে নীতা আম্বানীয়ে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|