England Vs New Zealand: নিউজীলেণ্ড টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে

নিউজীলেণ্ড আৰু ইংলেণ্ড দুয়োটা দলৰে কোনো খেলুৱৈৰ পৰিৱৰ্তন নহ’ল।

news18assam
Updated:July 14, 2019, 3:20 PM IST
England Vs New Zealand: নিউজীলেণ্ড টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে
নিউজীলেণ্ড আৰু ইংলেণ্ড দুয়োটা দলৰে কোনো খেলুৱৈৰ পৰিৱৰ্তন নহ’ল।
news18assam
Updated: July 14, 2019, 3:20 PM IST
বিশ্বকাপত আজি খিতাপ জয়ৰ মহাৰণ। ধাৰাবাহিকভাৱে দ্বিতীয়বাৰলৈ ফাইনেল খেলি থকা নিউজীলেণ্ড টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। নিউজীলেণ্ড আৰু ইংলেণ্ড দুয়োটা দলৰে কোনো খেলুৱৈৰ পৰিৱৰ্তন নহ’ল।
আৰু চাওক পৰৱৰ্তী বাতৰি