India Vs New Zealand: কাইলৈ পুনৰ আৰম্ভ হ’ব ভাৰত আৰু নিউজীলেণ্ডৰ খেল

বৰষুণৰ বাবে আধাতে বেটিং সামৰিছিল নিউজিলেণ্ডে। ৫টা উইকেট হেৰুৱাই ২১১ ৰান সংগ্ৰহ কৰিছিল নিউজিলেণ্ডে। 

News18-Assam
Updated:July 9, 2019, 11:19 PM IST
India Vs New Zealand: কাইলৈ পুনৰ আৰম্ভ হ’ব ভাৰত আৰু নিউজীলেণ্ডৰ খেল
বৰষুণৰ বাবে আধাতে বেটিং সামৰিছিল নিউজিলেণ্ডে। ৫টা উইকেট হেৰুৱাই ২১১ ৰান সংগ্ৰহ কৰিছিল নিউজিলেণ্ডে। 
News18-Assam
Updated: July 9, 2019, 11:19 PM IST
বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল স্থগিত। বুধবাৰে পুনৰ আৰম্ভ হ’ব বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল। মানচেষ্টাৰত অনুষ্ঠিত হৈছিল ভাৰত আৰু নিউজীলেণ্ডৰ খেলখন। বৰষুণৰ বাবে আধাতে বেটিং সামৰিছিল নিউজিলেণ্ডে। ৫টা উইকেট হেৰুৱাই ২১১ ৰান সংগ্ৰহ কৰিছিল নিউজিলেণ্ডে। নিউজিলেণ্ডে ৪৬.১ অভাৰত সংগ্ৰহ কৰে ২১১ ৰান। ৪৬.২ অভাৰৰ পৰাই বুধবাৰে বিয়লি ৩ বজাত নিউজিলেণ্ডৰ পুনৰ বেটিং আৰম্ভ হ’ব।

 
আৰু চাওক পৰৱৰ্তী বাতৰি