মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »প্ৰসৱবেদনা আৰম্ভ হোৱাৰ লগে লগে মহিলা সাংসদে চাইকেল চলাই পালে চিকিৎসালয়, তাৰ পিছত?

প্ৰসৱবেদনা আৰম্ভ হোৱাৰ লগে লগে মহিলা সাংসদে চাইকেল চলাই পালে চিকিৎসালয়, তাৰ পিছত?

জুলি এনি গ্ৰাণ্টাৰে যোৱা দেওবাৰে প্ৰসৱ বেদনা অনুভব কৰে। তেওঁ ইয়াৰ পিছত কোনো পলম নকৰি চিকিৎসালয়লৈ চাইকেল চলায়।

জুলি এনি গ্ৰাণ্টাৰে যোৱা দেওবাৰে প্ৰসৱ বেদনা অনুভব কৰে। তেওঁ ইয়াৰ পিছত কোনো পলম নকৰি চিকিৎসালয়লৈ চাইকেল চলায়।

জুলি এনি গ্ৰাণ্টাৰে যোৱা দেওবাৰে প্ৰসৱ বেদনা অনুভব কৰে। তেওঁ ইয়াৰ পিছত কোনো পলম নকৰি চিকিৎসালয়লৈ চাইকেল চলায়।

  • Share this:

প্ৰসৱবেদনা আৰম্ভ হোৱাৰ পিছতে চিকিৎসালয়লৈ চাইকেল লৈ ওলাই গৈছিল তেওঁ। আৰু হাস্পতালত জন্ম দিলে লৰা সন্তান। এইগৰাকী মহিলা নিউজিলেণ্ডৰ এগৰাকী সাংসদ।


নিউজিলেণ্ডৰ মহিলা সাংসদগৰাকীয়ে (MP Gives Birth After Cycling) প্ৰসৱ বেদনাৰে চিকিৎসালয়লৈ চাইকেল চলাই গৈ সন্তান জন্ম দিয়া দেওবাৰৰ ঘটনাই সমগ্ৰ বিশ্ববাসীৰে দৃষ্টি আকৰ্ষণ কৰিছে।


নিউজিলেণ্ডৰ সাংসদগৰাকীৰ নাম জুলি এনি গেণ্টাৰ (Julie Anne Genter MP)। সাংসদগৰাকীয়ে নিজেই গোটেই ঘটনাটো আৰু শিশুটোৰ ফটো ফেচবুকত শ্বেয়াৰ কৰিছিল। তেওঁক ছ'চিয়েল মিডিয়াত নেটিজেনসকলে অভিনন্দন জনাইছে।


 


খবৰ অনুসৰি জুলি এনি গ্ৰাণ্টাৰে যোৱা দেওবাৰে প্ৰসৱ বেদনা অনুভব কৰে। তেওঁ ইয়াৰ পিছত কোনো পলম নকৰি চিকিৎসালয়লৈ চাইকেল চলায়। প্ৰায় ১০ মিনিট পিছত তেওঁ চিকিৎসালয়ত উপস্থিত হয় আৰু এঘণ্টাৰ পিছত জন্ম দিয়ে সন্তান। প্ৰসূতি আৰু নৱজাতক দুয়োৱে স্বাস্থ্যৱান বুলি উল্লেখ কৰে ফেচবুক পোষ্টটোত।


 Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি