শান্তি নাই নতুন বছৰতো! ২০২১কলৈ ভয়ংকৰ ভৱিষ্যতবাণী... কোন এইজন Nostradamus?

News18 Assam | News18-Assam
Updated:January 2, 2021, 10:25 AM IST
শান্তি নাই নতুন বছৰতো! ২০২১কলৈ ভয়ংকৰ ভৱিষ্যতবাণী... কোন এইজন Nostradamus?
পৃথিৱীৰ দিশে আহিব ধূমকেতু, হ’ব প্ৰাকৃতিক দুৰ্যোগ

পৃথিৱীৰ দিশে আহিব ধূমকেতু, হ’ব প্ৰাকৃতিক দুৰ্যোগ

  • Share this:
আৰম্ভ হ’ল নতুন বছৰ। এতিয়া সকলোৱে বিচাৰিছে সুখকৰ হওক ২০২১। কিন্তু বহু ভৱিষ্যতবাণীয়ে আতংকিত কৰি তুলিছে বিশ্ববাসীক। ২০২১ চনত যুদ্ধ লাগিব, গ্ৰহাণু আহিব পৃথিৱীৰ দিশে, ফলত হ’ব প্ৰাকৃতিক দুৰ্যোগ।

কি কৈছে? আৰু কি? ফৰাছী দাৰ্শনিক নস্ত্ৰাদামুছে?

কোন এই নস্ত্ৰাদামুছ?

চৰ্চাৰ নাই অন্ত। ১৬শ শতিকাৰ এইগৰাকী ফৰাচী দাৰ্শনিকৰ সম্বন্ধে বা তেওঁ কৰি থৈ যোৱা ভৱিষ্যতবাণী সন্দৰ্ভত ব্যাপক চৰ্চা চলে। ২০২১ বৰ্ষৰ বাবেও তেওঁ কৰি থৈ গৈছে ভৱিষ্যতবাণী।

কি ভিষ্যতবাণী দিছে নস্ত্ৰাদামুছে?

  • ১৬শ শতিকাতে এই ভৱিষ্যতবাণী কৰি থৈ গৈছে ফৰাছী দাৰ্শনিকে। কৈছে ২০২১ত হ’ব এখন মহাযুদ্ধ।


  • পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব এটা বৃহত্‍ গ্ৰহাণু। প্ৰৱেশৰ প্ৰৱেশৰ পিছত গ্ৰহাণুৱে ধাৰণ কৰিব বৃহত্‍ আকাৰ। আকাশত এই দৃশ্য ‘গ্ৰেট ফায়াৰ’ৰ দৰে হ’ব! সেই গ্ৰহাণুৱে পৃথিৱীত আঘাত কৰিব।

  • ৰাজনৈতিক ক্ষেত্ৰতো তেওঁ দিশে ভৱিষ্যবাণী। সমগ্ৰ বিশ্বত প্ৰতিনিধিত্ব কৰিব ব্ৰিটেইনে।

  • ২০২১ত পৃথিৱীত হ’ব মহাপ্ৰলয়।

  • কেলিফৰ্ণীয়াত হ’ব পাৰে প্ৰলয়ংকাৰী ভূমিকম্প।

Published by: Himangshu Bhuyan
First published: January 2, 2021, 10:25 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading