সাৱধান! ধৰা পৰিছে কোৰোণা ভাইৰাছৰ নতুন লক্ষণ...

News18 Assam | News18-Assam
Updated:April 25, 2020, 4:42 PM IST
সাৱধান! ধৰা পৰিছে কোৰোণা ভাইৰাছৰ নতুন লক্ষণ...
কাঁহ, চৰ্দি, জ্বৰেই নহয় এতিয়া ভৰিৰ আঙুলিতো দেখিবলৈ পোৱা গৈছে কোৰোণা ভাইৰাছৰ নতুন লক্ষণ।

কাঁহ, চৰ্দি, জ্বৰেই নহয় এতিয়া ভৰিৰ আঙুলিতো দেখিবলৈ পোৱা গৈছে কোৰোণা ভাইৰাছৰ নতুন লক্ষণ।

  • Share this:
সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে কোৰোণা ভাইৰাছে। কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশ বিদেশৰ গৱেষকে দিন ৰাতি কৰিছে একাকাৰ। কিন্তু তাৰ মাজতে ধৰা পৰিছে কোৰোণা ভাইৰাছৰ নতুন নতুন লক্ষণ। কেৱল জ্বৰ, কাঁহ, চৰ্দিয়েই নহয় এতিয়া কোৰোণাত আক্ৰান্ত ৰোগীৰ ভৰিত আঙুলিত দেখিবলৈ পোৱা গৈছে বিশেষ দাগ।

কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা ইটালীৰ ১৩ বছৰীয়া এটা ল’ৰাৰ ভৰিত দেখিবলৈ পোৱা গৈছে এনে দাগ। প্ৰথমে যুৱকজনৰ ধৰিত এনে দাগ দেখি মঁকৰাই কামোৰা বুলি সন্দেহ কৰা হৈছিল। কিন্তু ঔষধ লগোৱাৰ পিছতো ভাল নোপোৱাত কিশোৰজনৰ তেজ পৰীক্ষা কৰা হয় আৰু পিছত কিশোৰজনৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading