বৰফে ঢকা হিমালয় আৰু দিল্লীৰ উজ্জ্বল পোহৰ, চাওক নাছাই তোলা সুন্দৰ ছবি

News18 Assam | News18-Assam
Updated:December 17, 2020, 11:27 AM IST
বৰফে ঢকা হিমালয় আৰু দিল্লীৰ উজ্জ্বল পোহৰ, চাওক নাছাই তোলা সুন্দৰ ছবি
হিমালয়ৰ এই ফটো পোষ্ট কৰি নাছাৰ ছচিয়েল মিডিয়া হেণ্ডেলত লিখিছে – ‘‘মন্ত্ৰমুগ্ধ কৰা হিমালয়ৰ সৌন্দৰ্য, যিখন ফটো আমাৰ এক সদস্যই তুলিছে।

হিমালয়ৰ এই ফটো পোষ্ট কৰি নাছাৰ ছচিয়েল মিডিয়া হেণ্ডেলত লিখিছে – ‘‘মন্ত্ৰমুগ্ধ কৰা হিমালয়ৰ সৌন্দৰ্য, যিখন ফটো আমাৰ এক সদস্যই তুলিছে।

  • News18 Assam
  • Last Updated: December 17, 2020, 11:27 AM IST
  • Share this:
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে নাছাই তোলা এখন ফটো। যিখন দেখি আপ্লুত সকলো। নাছাই তোলা ফটোখনত সুন্দৰ ৰূপ ধৰা দিছে বৰফে ঢকা হিমালয় আৰু দিল্লী চহৰৰ উজ্জ্বল পোহৰ।

হিমালয়ৰ এই ফটো পোষ্ট কৰি নাছাৰ ছচিয়েল মিডিয়া হেণ্ডেলত লিখিছে – ‘‘মন্ত্ৰমুগ্ধ কৰা হিমালয়ৰ সৌন্দৰ্য, যিখন ফটো আমাৰ এক সদস্যই তুলিছে।

হিমালয়ৰ সৌন্দৰ্য নাছাৰ কেমেৰাত নানাধৰণে ধৰা পৰে। কিন্তু এইবাৰ অনন্য ৰূপত। কাষতে দিল্লী চহৰৰ উজ্জ্বল পোহৰ আৰু হিমালয়ৰ বৰফাবৃত্ত সৌন্দৰ্যই ফটোখনক অন্য মাত্ৰা প্ৰদান কৰিছে।










View this post on Instagram






A post shared by NASA (@nasa)




ফটোখনক লৈ ছচিয়েল মিডিয়াত নানা আলোচনা আৰম্ভ হৈছে। নাছাৰ ছচিয়েব মিডিয়া পেজত আপলোড হোৱাৰ পিছতে ব্যাপকভাৱে শ্বেয়াৰ হৈছে এই ফটোখন। বহুতে ফটোখনত ভাৰত–পাকিস্তানৰ সীমাৰেখাও বিচাৰি পাইছে।
Published by: Sanjay Kumar Das
First published: December 17, 2020, 11:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading